
31/07/2023
‘নায়ক’!
🔴 শিৱসাগৰ জিলা আয়ুক্ত হিচাপে দায়িত্বগ্ৰহণ দশম শ্ৰেণীৰ ছাত্ৰৰ।
🔴 এদিনৰ বাবে অসম চৰকাৰৰ ‘আৰোহণ’ আঁচনিৰ অধীনত DC হ’ল ভ্যগদ্বীপ ৰাজগড়।
🔴 ভাগ্যদ্বীপ ৰাজগড় মহখুটি চাহ বাগিচাৰ বাসিন্দা তথা ডিমৌৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ।