SM News Assam

SM News Assam SM News Assam, A Pioneering Platform rooted in Assamese language Media , Delivers News and insightful Commentary on regional affairs. No. RS/CRG/261/D/44) News

Our mission is to inform, Inspire, and Empower The People.Under The auspices of PRERONA NGO.(Regd.

18/10/2025
14/10/2025

ধুবুৰী জিলাৰ গোলকগঞ্জত গোণা মহ সহ ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ।

জব্দকৃত ট্ৰাকৰ পৰা ১৬ টা গোণা মহ উদ্ধাৰ হয়। অৱশ্যে ধৃত ট্ৰাক খনৰ চালক আৰু হেন্ডিমেনক আটক কৰে গোলক গঞ্জ আৰক্ষীয়ে ।

14/10/2025

ধুবুৰীত অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংঘৰ দ্বি -বাৰ্ষিক ৰাজ্যিক অধিৱেশন সন্দৰ্ভত ধুবুৰী মণ্ডলৰ মাণ্ডলিক সভা। ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ।

ধুবুৰী ঝগৰাৰপাৰ স্থিত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত বিদ্যুৎ কৰ্মচাৰী সংঘৰ দ্বি -বাৰ্ষিক ৰাজ্যিক অধিৱেশন সন্দৰ্ভত ধুবুৰী মণ্ডলৰ এখন মাণ্ডলিক সভা অনুষ্ঠিত হয়।

সভাখনত কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি দাবী জনায় অহা কেইবাটাও সমস্যা সমাধানৰ ক্ষেত্ৰত এক সংবাদমেলৰ আয়োজন কৰে ৷

উক্ত সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক অমিত কৰে সংবাদমেল সম্বোধন কৰে ৷

14/10/2025

ধুবুৰীৰ গৌৰীপুৰত FOOD QUEST ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ চলাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

11/10/2025

গৌৰীপুৰত ১৪ টাকৈ চোৰাং উঠ জব্দ।

গৌৰীপুৰৰ চাৰালডাঙা MBC ইটাভাটাৰ পৰা জব্দ ১৪ টা উট।

11/10/2025

খাদ্যৰ নামত বৰবিহ, অসুস্থ ১৪ গৰাকীকৈ শিশু

একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলত খাদ্য যোগানৰ নামত ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহিছে।

l

09/10/2025

গৌৰীপুৰত মানৱ সমাজক লজ্যাজনক ঘটনা।

গৌৰীপুৰত মানৱ সমাজক লজ্যাজনক ঘটনা।

৬০ বছৰী উৰ্ধৰ বৃদ্ধাৰ কামনাৰ বলি এগৰাকী নাবালিকা ছোৱালী।

09/10/2025

হাওৰাঘাটৰ যুব শিল্পী ৰাহুল শীলৰ জুবিনদালৈ নিজে লিখা গান গায় শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

07/10/2025

তামাৰহাটৰ ঘটনাক লৈ গৌৰীপুৰত আক্ৰাছুৰ সংবাদ মেল ।

06/10/2025

গৌৰীপুৰ বালাজানত চি***প***লৈ আ****ত্ম**হ***ত্যা এগৰাকীৰ।

Address

Guwahati
Guwahati

Telephone

+917002385829

Website

Alerts

Be the first to know and let us send you an email when SM News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share