The Northeast Times

The Northeast Times The voice of NorthEast People

13/09/2026

__बालिपाराको खानामुख अन्तर्गत रौमारीमा अन्नपूर्णा महिला कीर्तन संघको आयोजनामा हरितालिका तीज पर्व आयोजन।




The Northeast Times

12/09/2026

📌ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়।


The Northeast Times

11/09/2026

📍তামুলপুৰত ২৪ বেটেলিয়ন SSB-ৰ উদ্যোগত চিকিৎসা শিবিৰ/

11/09/2026

भारतका स्वतन्त्रता सेनानी प्रसाद सिंह सुब्बाको ११८औँ जन्मजयन्ती तथा स्मृति सेवा सम्मान कार्यक्रमको आयोजन।

10/09/2026

৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পশ্চিম নাওকাটাৰ এটি পৰিয়ালৰ জীয়া কাহিনী।

ফটা টিনপাতৰ তলত জীৱন সংগ্ৰাম ৮৯ বছৰীয়া বৃদ্ধ পিতৃ আৰু শাৰীৰিক ভাৱে বাধাগ্ৰস্ত কন্যাৰ।

কোনো ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটো।

পেটৰ তাড়নাত ৮৯ বছৰ বয়সতো কাঠমিস্ত্ৰী ৰ কাম কৰে বৃদ্ধা জনে।

08/09/2026

📌স্বৰ্গীয় বিজিত গৌৰা নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি।

📌তামুলপুৰ জিলাৰ চেচাপানীস্থিত সদ্যপ্ৰয়াত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ বাসগৃহত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

📌মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰথমে চেচাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি সদ্যপ্ৰয়াত নেতা বিজিত গৌৰা নাৰ্জাৰীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

📌ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।

📌মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

📌উল্লেখযোগ্য যে সদ্যপ্ৰয়াত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ কাইলৈ চেচাপানী খেলপথাৰত অনুষ্ঠিত হ’ব।

08/09/2026

📌খৈৰাজংগল ভিচিডিচিত কমিউনিটি হল আৰু কমিউনিটি টয়লেটৰ আধাৰশিলা স্থাপন এমচিএলএ পল তপ্পোৰ।


The Northeast Times

07/09/2026

अखिल असम गोर्खा विश्वकर्मा समाज मूढादल आञ्चलिक विश्वकर्मा महिला समितिको आयोजनामा प्रथम वार्षिक तीज समारोह सम्पन्न।

05/09/2026

📌ৰাজ্যৰ ভিতৰতে বয়োজেষ্ঠ অৱসৰী কৃতি শিক্ষকক সম্বৰ্দ্ধনা ৰাজ্যপালৰ৷

📌শিক্ষকৰ দ্বাৰা এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মান হব পাৰে৷

05/09/2026

कृष्ण जन्माष्टमीको पावन अवसरमा रंगनगर गोर्खा राधा कृष्ण मन्दिर उद्घाटन साथै अखन्ड कृतन उद्घाटन, पश्चिम कार्बी आङ्लङ् जिल्लाको रंगनगर गाउँमा।

Address

Guwahati
781031

Alerts

Be the first to know and let us send you an email when The Northeast Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Northeast Times:

Shortcuts

Share