Assamese online

Assamese online আমাৰ পৃষ্ঠালৈ আপোনাক স্বাগতম জনাইছোঁ।
নিৰ্ভিক হওঁ আৰু সত্যনিষ্ঠা বজাই ৰাখি বাতৰি
সংগ্ৰহ কৰাৰ ওপৰত বিশ্বাসী আমি।

আপুনি জানেনে???
12/09/2026

আপুনি জানেনে???

মেঘালয়ত অসমৰ উজলালে।  আন্তঃৰাষ্ট্ৰীয়স্তৰত চোৰাং গাড়ী ব্যৱসায় কৰা চাৰি দুধৰ্ষ গাড়ীচোৰক মেঘালয় আৰক্ষীৰ বাংলাদেশসীমান্...
12/09/2026

মেঘালয়ত অসমৰ উজলালে। আন্তঃৰাষ্ট্ৰীয়
স্তৰত চোৰাং গাড়ী ব্যৱসায় কৰা চাৰি দুধৰ্ষ
গাড়ীচোৰক মেঘালয় আৰক্ষীৰ বাংলাদেশ
সীমান্তৰ পৰা গ্ৰেপ্তাৰ।

12/09/2026
গো মাংস ৰান্ধি খোৱাৰ বাবে কানাডাৰ থলুৱালোকক অশ্লীল ভাষাৰে গালি গালাজ দিয়াৰলগতে ৰন্ধা খাদ্য দলিয়াই দিয়া প্ৰবাসী হিন্দু...
12/09/2026

গো মাংস ৰান্ধি খোৱাৰ বাবে কানাডাৰ থলুৱা
লোকক অশ্লীল ভাষাৰে গালি গালাজ দিয়াৰ
লগতে ৰন্ধা খাদ্য দলিয়াই দিয়া প্ৰবাসী হিন্দু
মহিলা এগৰাকীক গ্ৰেপ্তাৰ।

মোডী মোহত, মোডীয়ে ৰক্ষা কৰিব পাৰিব বুলি
ভাবি লোকৰ দেশত চলিত খাদ্য খোৱাত বাধা
দিয়াৰ দুঃসাহস কৰা হিন্দু মহিলা গৰাকীক
ঘৰৰ পৰাই বান্ধি লৈ যায় আৰক্ষীয়ে।

বিদেশৰ মাটিত থাকি বিদেশী সংস্কৃতিক সন্মান নকৰা মহিলাগৰাকীৰ কাণ্ডৰ বাবে দেশখনত থকা সমগ্ৰ হিন্দু
বিপদত পৰাৰ সম্ভাৱনা ব্যক্ত স্থানীয় ৰাইজৰ।

 পাঁচ বন্ধুৰ শোকাবহ মৃত্যু। বন্ধুৰ নতুন গাড়ীৰেফুৰিবলৈ ঘৰলৈ ঘূৰি নাহিল তেজপুৰৰ পাঁচজন ব্যক্তি।নিমিষতে নোহোৱা হৈ গ'ল আতায়...
12/09/2026


পাঁচ বন্ধুৰ শোকাবহ মৃত্যু। বন্ধুৰ নতুন গাড়ীৰে
ফুৰিবলৈ ঘৰলৈ ঘূৰি নাহিল তেজপুৰৰ পাঁচজন ব্যক্তি।

নিমিষতে নোহোৱা হৈ গ'ল আতায়েৰে জীৱন।

সমস্ত শৰীৰত মহাদেৱৰ ছবি অংকন কৰা নৃশংসহত্যাকাৰী ৰামানুজ গোস্বামীৰ আৰক্ষী বেষ্টনীৰ মাজতেহিন্দু সংগঠনে দিয়াৰ দৰে দিলে  #ৰ...
11/09/2026

সমস্ত শৰীৰত মহাদেৱৰ ছবি অংকন কৰা নৃশংস
হত্যাকাৰী ৰামানুজ গোস্বামীৰ আৰক্ষী বেষ্টনীৰ মাজতে
হিন্দু সংগঠনে দিয়াৰ দৰে দিলে #ৰামৰ_জয় ধ্বনি।

তেওঁৰ সমৰ্থনত আহিব নেকি গেৰুৱা বাহিনী???

  বেংকত গাড়ী ভাড়ালৈ দিম বুলিআনি বেংকৰ নিলামত গাড়ীবোৰ বিক্ৰীকৰা ধুৰন্ধৰ ৰূপজ্যোতি দাস নামৰ বাঙালএটাক গুৱাহাটী আৰক্ষীৰ ...
11/09/2026

বেংকত গাড়ী ভাড়ালৈ দিম বুলি
আনি বেংকৰ নিলামত গাড়ীবোৰ বিক্ৰী
কৰা ধুৰন্ধৰ ৰূপজ্যোতি দাস নামৰ বাঙাল
এটাক গুৱাহাটী আৰক্ষীৰ গ্ৰেপ্তাৰ।

Address

Jayanagar Chariali, Jayanagar, Sixemile
Guwahati
781036

Alerts

Be the first to know and let us send you an email when Assamese online posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese online:

Shortcuts

Share