AXOM PULSE

AXOM PULSE অসমৰ স্পন্দন | অসমৰ প্ৰতিটো খবৰ, আপোনাৰ কাষত

ভৰালীপাৰা সুপাৰ XI ক্লাৱৰ সৌজন্যতদ্বিবা-নৈশ কেৰম খেল
08/09/2026

ভৰালীপাৰা সুপাৰ XI ক্লাৱৰ সৌজন্যত

দ্বিবা-নৈশ কেৰম খেল

08/09/2026

বিৰোধী ঐক্য নেতৃত্ব প্ৰদান কৰিব পৰাকৈ গৌৰৱ গগৈ পৰিপক্ক, উদাৰ, সহনশীল আৰু দূৰদৰ্শী নহয়

07/09/2026

নাজিৰাত ৰাইজৰ দলৰ গণ সমাৱেশ_

অখিল গগৈৰ বক্তব্যৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ_

29/08/2026

অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ মানুহৰ জীৱনক।

কিন্তু চৰকাৰ আৰু যোগান বিভাগ লোৱা নাই কোনো ব্যৱস্থা।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰ আৰু যোগান বিভাগক অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে।

27/08/2026

শিৱসাগত সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ_
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ সমদল বাহিৰ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ_

26/08/2026

শিৱসাগৰত আটাছুৰ গণ বিক্ষোভ কাৰ্যসূচী_
বন্যাতক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী_

25/08/2026

শিৱসাগৰত আটাছুৰ গণ বিক্ষোভ কাৰ্যসূচী।

22/08/2026

🚨 গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ!
জানিব পৰা মতে, এখন Intra V30 বাহন ব্যৱহাৰ কৰি নিশা নিশা গৰু চুৰি কৰি অহা এটা দলৰ ৫ জনৰ ভিতৰত ৩ জনক ৰাইজে আটক কৰে, আনহাতে ২ জন পলাই যাবলৈ সক্ষম হয়।
স্থানীয় সূত্ৰৰ মতে, পলাই যোৱা লোকসকলৰ ভিতৰত এজন বৰবালা বজাৰৰ হানিফ বুলি জানিব পৰা গৈছে।
ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বিষয়টো আৰক্ষীয়ে তদন্ত কৰি প্ৰকৃত তথ্য পোহৰলৈ অনাটো অতি জৰুৰী।

21/08/2026

দ্য গ্ৰেট খালীৰ শিৱসাগৰ ভ্ৰমণ

বানাক্ৰান্তক সাহায্য বিতৰণ

19/08/2026

সুদীৰ্ঘ ২২ বছৰৰ পিছত 'জোনবাই'ৰ স্মৃতি বিজড়িত বাসগৃহত উপস্থিত অভিনেত্ৰী গায়ত্ৰী মহন্ত_

Address

Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when AXOM PULSE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AXOM PULSE:

Shortcuts

Share