05/06/2026
কেফে ৭ ভস্মীভূত 🔥
৫ জুন, ২০২৬ শুক্ৰবাৰে পুৱা প্ৰায় ৩:৩০ বজাত গুৱাহাটীৰ ছিক্স মাইলৰ পঞ্জাবাৰী ৰোডত থকা জনপ্ৰিয় ৰেষ্ট্ৰ'-কেফে 'কেফে ৭' (Café 7) এক ভয়াৱহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ধ্বংস হয়। অসম আৰ্হিৰ ঘৰটোত থকা এই ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে ছাঁয়াত পৰিণত হয়। সৌভাগ্যবশতঃ, এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
Cafe7