Notun Prohor

Notun Prohor নতুন প্ৰহৰৰ নতুন খবৰ । ৰাজনৈতিক,অৰ্থনৈতিক ভিন্ন তথ্যৰ পৰা সাহিত্য-সংস্কৃতি তথা মনোৰঞ্জনধৰ্মী মঞ্চ

11/05/2025

বিজতৰীয়া কৰিছে একাংশই বিহু নামবোৰ ! এই ক্ষেত্ৰত মন্তব্য

29/04/2025

viral bihu song // Credit: jaan maanu

24/04/2025

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ যোৱাৰ পূৰ্বে এনেদৰে সময় অতিবাহিত কৰিছিল দম্পতীহালে



14/04/2025

ৰুণু জুনু জুনু জুনুমাই তোমাক আজি ভাল লগা নাই // সামাজিক মাধ্যমত ভাইৰেল এই বিহুৰ আখৰা //ৰঙালী বিহু

12/04/2025

এইবাৰ বিহুত গাঁৱৰ সিটো মূৰত ফাংচন পাতিব
ফাংচনত কোনোবা D Xmk ক মাতিব
যোৱাবছৰ হেনো তাৰ গান ভাইৰেল হৈছিল
লাখ-লাখ লোকে Reels বনাইছিল তাৰ গানত
শইকীয়াৰ পিতেক জীতেনেও ভাল গান গায়
পিছে তাৰ গান আজিলৈ ভাইৰেল হোৱা নাই
সেয়েই তাক আমন্ত্ৰণ জনোৱা নাই ।

আগৰ দৰে আৰু বিহু নাই
চেনেহীয়ে এৰিলে তাঁতশাল
চেনাই পাহৰিলে ধূতিৰ ফাল
বুকু ফিন্দাই ময়ো ক'লো
পিঠা পনা মই নাপাওঁ ভাল....







#কল্পৰাজডেকা

11/04/2025

মাজুলীৰ অফলামুখ ফেৰীঘাটত এক ভয়ানক দুৰ্ঘটনা//দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ//কথমপি প্ৰাণৰক্ষা শতাধিক যাত্ৰীৰ ।।

,

#মাজুলী

Roi roi binale
10/04/2025

Roi roi binale

09/04/2025

এহাল মৰমলগা সাধাৰণ স্বামী-স্ত্ৰীৰ কথা / কল্পৰাজ ডেকা



#কল্পৰাজডেকা

08/04/2025

"সকলোৰে কলিজা এটাই, সেয়া হৈছে জুবিন গাৰ্গ" সঞ্জীৱ নাৰায়ণ

07/04/2025

মায়াবিনী গীতেৰে জুবিন গাৰ্গে জীপাল কৰি তুলিলে ৰঙালীৰ মঞ্চ //

05/04/2025

ৰঙালী অনুষ্ঠানত জুবিন গাৰ্গৰ অনুষ্ঠান বাতিলৰ পাছতেই হুলস্থুল ।

Address

Guwahati
781005

Website

Alerts

Be the first to know and let us send you an email when Notun Prohor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share