হাজোৰ খবৰ HAJOR Khabar

হাজোৰ খবৰ HAJOR Khabar Local news portal of Hajo.Hajo is the place of Social Intrigity and Cultural Harmony.We publish all.

06/10/2025
04/10/2025

👉পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অবৈধ মদ বিৰোধী অভিযানত বৃহৎ সফলতা।
👉ভাং, বিলাতী সুৰাৰ লগতে বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ।
👉অবৈধ সুৰা ব্যৱসায়ী মণি দাসৰ ঘৰত এই
অতৰ্কিত অভিযান ছাত্র সংগঠনটোৰ।

28/09/2025

👉শুৱালকুছি ঈশ্বৰ শ্ৰীশ্ৰীগোপাল কৃষ্ণ সত্ৰৰ
👉শতবাৰ্ষিক শ্ৰীশ্ৰী দূৰ্গা পূজাৰ আয়োজন।
👉এই উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা।
👉জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই বাতিল সকলো
সাংস্কৃতিক অনুষ্ঠান।

24/09/2025

👉জুবিন গাৰ্গৰ ঘাটক নৌকা বিহাৰৰ শেহতীয়া
Exclusive ভিডিঅ ইতিমধ্যে হৈছে ভাইৰেল।

21/09/2025

👉জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান
👉ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক
কেন্দ্ৰ
👉ৰামদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আৰু
👉জ্ঞানোদয় সাহিত্য সভাৰ।
👉উপস্থিত ৰামদিয়া কেন্দ্ৰীয় ৰঙালী বিহু
সন্মিলনীৰ প্ৰাক্তন সভাপতি ডা: বেদব্ৰত পাঠক

21/09/2025

👉জুবিন গাৰ্গৰ শেষ যাত্ৰাত লোকে লোকাৰণ্য।
👉গুৱাহাটী এতিয়া জন সমুদ্ৰ।
👉শোক বিহ্বল জনতাৰ ক্ৰন্দন।
👉অভিলেখ সংখ্যক অনুগামী আহিছে জুবিনৰ।
👉গুৱাহাটী মহানগৰী আজি এক প্ৰকাৰ স্তব্ধ।
👉সকলোৰে চকুত চকু পানী।

20/09/2025

👉জুবিন গাৰ্গৰ অপ্ৰত্যাশিত বিয়োগত ম্ৰিয়মান
সমগ্ৰ অসম।
👉ৰামদিয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অগণন মানুহ
👉প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি সমবেত
ৰাইজৰ।
👉বাইক , ই ৰিক্সাৰ ৰেলী উলিয়ালে অনুগামীয়ে।

Address

Hajo , Kamrup (Rural)
Guwahati
781102

Alerts

Be the first to know and let us send you an email when হাজোৰ খবৰ HAJOR Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to হাজোৰ খবৰ HAJOR Khabar:

Share