NE8 News Asom

21/09/2026
10/09/2026

কামপুৰত সংবাদমেল ।

ৰহা সমষ্টিৰ গুইমাৰীত কেইবাটাও আচঁনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ সংবাদমেল ।

ৰহা সমষ্টিত ভুৱা আঁচনি ৰূপায়ণ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ।

আৰ টি আই তথ্য সদৰি কৰি ৰুবুল দাসৰ সংবাদমেল ।

06/09/2026

👉সম-জিলাৰ সদৰ কাৰ্যালয়ৰ দাবীত

👉কামপুৰবাসীৰ প্ৰতিবাদক প্ৰত্যক্ষ সহযোগিতা আগবঢ়াইছে কামপুৰ ব্যৱসায় সন্থা বিভিন্ন দল সংগঠনে।

মঙলবাৰে বিজেপিত যোগদান কৰিব প্রাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাইনগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্রার্থী হোৱাৰ ...
06/09/2026

মঙলবাৰে বিজেপিত যোগদান কৰিব প্রাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্রার্থী হোৱাৰ সম্ভাৱনা

30/08/2026

📌 ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ C.A.D. কাম সম্পূৰ্ণ কৰাৰ সুযোগ বিচাৰি ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ।

Address

Guwahati
782439

Telephone

+919372416517

Website

Alerts

Be the first to know and let us send you an email when NE8 News Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE8 News Asom:

Shortcuts

Share