Ontorongo

Ontorongo access facilitator

18/06/2025

টকা ধাৰত লৈ access bars practitioner হৈছিলোঁ কিন্তু আজিৰ তাৰিখত মই এগৰাকী access facilitator হৈ বেলেগক class দি আছোঁ

12/04/2025

আমি পইচা কেনেকৈ ব্যৱহাৰ কৰিব লাগে? আমাৰ এটা ভূলে লক্ষ্মীহাৰা কৰি দিব পাৰে ।।
মাত্ৰ এটা cod লিখিলে পইছাৰ flow বাঢ়িব ll

21/02/2025

এটা নতুন জীৱন ঘূৰাই পালে দীপাংকৰে ll সকলো সম্ভৱ হৈছিল একমাত্ৰ access ৰ জৰিয়তে ll

04/02/2025

Ontorongo ত অতি শীঘ্ৰেই আহি আছে show সমূহ l বহুত দিন আচলতে কাম কৰিব পৰা নাছিলোঁ কিন্তু এতিয়াৰে পৰা চাবলৈ পাব show সমূহ

12/06/2023

সমগ্ৰ বাধাক নেওচি হতাশাক আশ্ৰয় নিদি আপুনিও আগুৱাই যাব পাৰে কেৱল সাহসক মূল অস্ত্ৰ হিছাপে লৈ তেনেে এক উদাহৰণ আজি অন্তৰঙ্গ বিশেষত



Junmoni Boro
Mrs North East Kaziranga 2021 , Mrs India International chattisgarh 2022, Mrs South East Asia 2022
Fashion Choreographer,
Anchor,
Founder of Diamond creation

Daimond creation ৰ ফালৰ পৰা জাতীয় সাজপাৰ প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ওলাইছো অহা ৭/৭/২০২৩ গুৱাহাটী শিল্প গ্ৰাম প্ৰেক্ষাগৃহত। ইচ্ছুক প্ৰতিযোগি সকলে সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক এই নম্বৰত 8453559065
গতিকে পলম নকৰি সোনকালেই যোগাযোগ কৰক..... ধন্যবাদ.....🙏

06/06/2023

হেলমেট, ঘড়ীৰ শব্দত জুবিন গাৰ্গৰ গীতটি শুনিলেনে বাৰু কেনেকৈ সম্ভৱ? আৰু কোনে এই কাম কৰিলে চাওঁকচোন ll

এনে ধৰণৰ প্ৰতিভা সমূহ ৰাইজৰ সন্মুখত উপস্থাপন কৰাৰ মূল লক্ষ্য অন্তৰঙ্গৰ
us official page Ontorongo

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ontorongo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ontorongo:

Share