First News Assam

First News Assam First News Assam is a digital platform to keep our followers up-to-date with latest latest information.

04/07/2025

ওদালগুৰি নোনাই চেৰফাং সমষ্টি উত্তৰ কালিখোলা ৩০ বছৰীয়া যুৱতী নিৰুদ্দেশ

04/07/2025

📌নিশা ডিকম মদাৰখাত বিদ্যুৎ পৰিবাহী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
📌উৎকট গৰমত বিদ‍্যুৎ নথকাৰ বাবে স্থানীয় ৰাইজে ঘেৰাও কৰে কাৰ্যালয়

04/07/2025

📌হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন খিলঞ্জীয়া বিৰোধী আখ্যা আকাশ দ'লেৰ
📌গুণগুণ চেতিয়াৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত ১১জনীয়া ৰান্ধনী আই মাতৃ সকলক সাক্ষাৎতৰ সময় দিয়াৰ বাবে ৰান্ধনী সকলৰ প্ৰতিবা...
04/07/2025

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত ১১জনীয়া ৰান্ধনী আই মাতৃ সকলক সাক্ষাৎতৰ সময় দিয়াৰ বাবে ৰান্ধনী সকলৰ প্ৰতিবাদ স্থগিত ৰাখিলে সংগঠনটোৱে

📌ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
03/07/2025

📌ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

03/07/2025

প্ৰায় পাচ শতাধিক শিশুক আদৰিবলৈ সাজু ডিব্ৰুগড় জিলা মইনা পাৰিজাত

03/07/2025

📌গোৱালপাৰাত প্ৰকৃততে কি হৈছিল পংকজ পাঠকৰ লগত!
📌নিশা ফেচবুক লাইভৰ জৰিয়তে ব্যক্ত কৰিলে পংকজ পাঠকে

''৪ তাৰিখে ৰান্ধনীৰ খেলা হ'বে''হিমন্ত চৰকাৰে ঘোষণা কৰা ৫০০ টকা মানি লোৱা ন'হব! তৃষ্ণা নাথ
02/07/2025

''৪ তাৰিখে ৰান্ধনীৰ খেলা হ'বে''
হিমন্ত চৰকাৰে ঘোষণা কৰা ৫০০ টকা মানি লোৱা ন'হব! তৃষ্ণা নাথ

বিশিষ্ট কবি, সমালোচক অনুভৱ তুলসীৰ দেহাৱসানমহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ
01/07/2025

বিশিষ্ট কবি, সমালোচক অনুভৱ তুলসীৰ দেহাৱসান
মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ

সলনি হ'ব ১০ জিলাৰ কংগ্ৰেছৰ সভাপতি
01/07/2025

সলনি হ'ব ১০ জিলাৰ কংগ্ৰেছৰ সভাপতি

01/07/2025

📌১০৮ মৃত্যুঞ্জয় সেৱাৰ চালক সকলৰ কাষত বীৰ লাচিত সেনা শৃংখল চলীহা
📌সঞ্জয় ঝাৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ শৃংখল চলীহাৰ

Address

RGB Road, 5th Byelane East, Kripa Sindhu Path, PS/Gitanagar, PO/Bamunimaidam, Kamrup (M)
Guwahati
781021

Alerts

Be the first to know and let us send you an email when First News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to First News Assam:

Share