
14/06/2025
মাননীয় ড⁰ সীমা কাশ্যপ বাইদেউক অসম সাহিত্য সভাই মংগল চণ্ডী ব্রহ্ম সাহিত্য ভাষা সংস্কৃতি গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি তেখেতলৈ অভিনন্দন জনাইছোঁ লগতে অসমৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
https://www.facebook.com/pragnewsassam/posts/pfbid0veeW5sBn6LfiTGhzquEfURrkmbNQ9bmtpqzkamLmn12rpPyVn8Nr9UgBHnfLmqQ6l