Bhaswati Medhi

Directions

Bhaswati Medhi মোৰ সৰু পৃথিৱী খনলৈ আপোনালোকক স্বাগতম জনাইছো

কাইলৈ আদালতত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি।⚖️
25/09/2026

কাইলৈ আদালতত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি।⚖️

🤗
25/09/2026

🤗

🦚🦚
08/09/2026

🦚🦚

জুবিন দাৰ প্ৰিয় অলংকাৰ। যি অলংকাৰ পৰিধান কৰি জুবিন দাই সৃষ্টি কৰিছিল কথা, সুৰ, গীতৰ। বিশ্ববাসীৰ বাবে চিনাকী কৰি থৈ গৈছিল...
05/09/2026

জুবিন দাৰ প্ৰিয় অলংকাৰ। যি অলংকাৰ পৰিধান কৰি জুবিন দাই সৃষ্টি কৰিছিল কথা, সুৰ, গীতৰ। বিশ্ববাসীৰ বাবে চিনাকী কৰি থৈ গৈছিল নিজক। সুকীয়া, অনন্য জুবিন
আমাৰ জুবিন ❤️
অমৰ জুবিন ❤️

2022 চনৰ দিল্লীৰ জেঠাইৰ ছোৱালী বাইদেউৰ সেই বিশেষ বিয়াখন 🥰 এতিয়া তাইৰ লৰা এজন আৰু ছোৱালী এজনী 🤗আৰু মই ফটো পাইছোঁ এতিয়া...
05/09/2026

2022 চনৰ দিল্লীৰ জেঠাইৰ ছোৱালী বাইদেউৰ সেই বিশেষ বিয়াখন 🥰 এতিয়া তাইৰ লৰা এজন আৰু ছোৱালী এজনী 🤗
আৰু মই ফটো পাইছোঁ এতিয়া 🫩 বাৰু যি কি নহওঁক সাঁচি ৰাখিলোঁ 🤗 🤗

গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ যোগাযোগ সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই গ্ৰহণ কৰিলে  'ৰাষ্ট্ৰীয় শিক্ষক বঁটা।'...
05/09/2026

গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ যোগাযোগ সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই গ্ৰহণ কৰিলে 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা।'

মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো 🙏
05/09/2026

মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো 🙏

03/09/2026
30/08/2026

Post টো সন্মূখত গৈছে যদি ৰিপ্লাই কমেণ্ট আৰু Love React ❤️ ৰ মাধ্যমেৰে নতুন বন্ধুৰ লগত চিনাকী হব চেষ্টা কৰিব অন্তত 50 জন ❤️🤝

Address

Guwahati
781036

Website

Alerts

Be the first to know and let us send you an email when Bhaswati Medhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share