Pratibimba Live

Pratibimba Live Pratibimba Live is a 24X7 Assamese Digital News Channel. Right News for Right People is our mantra. Our aim to project the actual views infront of viewers.
(410)

This is the official page of PRATIBIMBA LIVE, the oldest web portal in Assamese. Pratibimba Live is a 24-hour Assamese web portal.Channel is a sister concern to the leading publication and entertainment company, Pratibimba Publication and Entertainment (OPC) Private Limited.(An ISO 9001:2015 certified company)
Pratibimba Live works with an objective to create a fine mix of investigative j

ournalism with technological innovations to enhance social awareness. Our program mix cuts across all age groups and all sections of society.

06/01/2026

“মোডী-শ্বাহ কী কবৰ খোদেগী জেএনইউ কী ধৰতী পৰ” দেশদ্ৰোহৰ গোচৰত অভিযুক্ত চাৰ্জিল ইমাম আৰু ওমৰ খালিদৰ জামিন লাভ নকৰাৰ বাবে জেএনইউত আপত্তিজনক শ্ল’গান ৷

06/01/2026

''এক লাখত চাৰি লাখ দিব বুলি কৈ মোক মাতি আনিছে। হাতত নকল পইছা দেখি মই দিব বিচৰা নাই। মোৰ বেগৰ পৰা জোৰ কৰি টকাখিনি লৈ দৌৰি পলাইছে" লখিমপুৰৰ লালুকত জালনোট ব্যৱসায়ী চক্ৰই লুটিলে ডিমাপুৰৰ মহিলাক

06/01/2026

মহানগৰীৰ হাতীগাঁও চাৰিআলিত মুকলি গেষ্ট্ৰ’চিটি গুৱাহাটী নামৰ নতুন অত্যাধুনিক প্ৰযুক্তিৰ চিকিৎসা কেন্দ্ৰ ৷
গেষ্ট্ৰ’চিটি গুৱাহাটীত নতুনকৈ সংযোজন হ’ল অত্যাধুনিক ইউএছআৰু ইআৰচিপিৰ আল্ট্ৰা-মডাৰ্ণ এন্ড্ৰ’স্কপি ছুইট।
উত্তৰ-পূব ভাৰতৰ ভিতৰত গুৱাহাটীৰ গেষ্ট্ৰ’চিটিত ৰোগীয়ে সুলভ মূল্যত লাভ কৰিব এণ্ড'স্কোপ ক্লিনিং এণ্ড ৰিপ্ৰচেছিং চিষ্টেম |

#অসমীয়ানিউজ

06/01/2026

যাদু সম্ৰাট সাজু কুমাৰ যাদৱ!
যাদু দেখিলে আপোনাৰো হেৰুৱাব সন্তুলন!

#অসমীয়ানিউজ

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ                #অসমীয়ানিউজ      ...
06/01/2026

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ

#অসমীয়ানিউজ

#অসমীয়ানিউজ

06/01/2026

📌সৰুক্ষেত্ৰীত উন্নয়নৰ নামত ফোপোলা স্বৰূপ
জৰাজীৰ্ণ এখন দলংৰ বাবেই জীয়াতু ভুগিছে সাধাৰণ জনতাই
বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কানসাৰ নাই বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

06/01/2026

মানৱতাতকৈ শ্ৰেষ্ঠ একো ধৰ্ম নাই
শীতাৰ্ত দৰিদ্ৰ জনতাক মৰমৰ উমাল

#অসমীয়ানিউজ

#অসমীয়ানিউজ

📌প্ৰচণ্ড শীতৰ বাবেই শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৭ জানুৱাৰী পৰা 📌১০ জানুৱাৰীলৈ বৰপেটা জিলাত সকলো বিদ্যালয় ব...
06/01/2026

📌প্ৰচণ্ড শীতৰ বাবেই শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৭ জানুৱাৰী পৰা
📌১০ জানুৱাৰীলৈ বৰপেটা জিলাত সকলো বিদ্যালয় বন্ধ ঘোষণা

06/01/2026

📌'অখিল গগৈ এজন ভাল Entertainer!'
📌'মন বেয়া লাগিলে অখিল গগৈৰ ফেচবুক লাইভ চাওক' -মুখ্যমন্ত্ৰী

06/01/2026

📌'অখিল গগৈক বিৰোধী ঐক্য মঞ্চৰ নেতা-কৰ্মীয়েই পাত্তা নিদিয়ে'
📌'তেনেহ'লে আমি কিয় পাত্তা দিম'
📌অখিল গগৈ প্ৰসংগত দিলীপ শইকীয়াৰ মন্তব্য
📌মিঞা প্ৰেম আৰু তুষ্টিকৰণৰ পৰা আঁতৰি থাকিবলৈও আহ্বান

06/01/2026

📌জীৱনৰ কঠিনতম যুদ্ধত কেতিয়াও হাৰ মানিব নোখোজা এজন অদম্য যোদ্ধা দীলিপ চাপাকাই।
📌দুখ-কষ্ট, অভাৱ-অনাটন আৰু অসংখ্য বাধাৰ মাজতো জিলিকি ৰৈছে সমাজৰ মাজত।
📌জীৱনৰ প্ৰতিটো খোজত সংগ্ৰামক সাৰথি কৰি আগবাঢ়ি যোৱা দীলিপৰ কাহিনী আপুনিও এবাৰ ভাৱিবলৈ বাধ্য হৈ পৰিব।
📌 তথাপিও তেওঁৰ অদম্য মনোবল, আশা আৰু জীয়াই থাকিবলৈ কৰা অক্লান্ত প্ৰচেষ্টাই বহুজনৰ বাবে প্ৰেৰণা হৈ উঠিছে।

06/01/2026

📌'মই পঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলে চাকৰি লাভ কৰিছে, তেওঁলোকে মোৰ হৈ মাত নমতাৰ বাবে দুখ লাগিছে'
📌ফেচবুক, টূইটাৰ, ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে ভিক্টৰৰ পক্ষত জনমত গঢ়িবলৈ GenZক আহ্বান
📌নাম নোলোৱাকৈ জুবিন ফেন ক্লাবৰো সহায় আহ্বান ভিক্টৰৰ
📌'কলমৰ শক্তি বেছি কাৰণে মোক বন্দী কৰি ৰাখিছে'
📌'মই জামিন পাব লাগিব, কিয়নো মই ৰাষ্ট্ৰদ্ৰোহী নহয়'
📌অসমৰ চাৰে তিনি কোটি জনতাই জানে এই কথা'
📌আদালতৰ পৰা বাহিৰ হৈয়েই মহাবিস্ফোৰণ ভিক্টৰ দাসৰ

Address

Sachal Road, Sixmile
Guwahati
781022

Alerts

Be the first to know and let us send you an email when Pratibimba Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratibimba Live:

Share