Ind365 Assam NE

Ind365 Assam NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ind365 Assam NE, Media/News Company, 1st Floor, Golapi Market, Opp Nidhi Bhawan, Lalmati, Guwahati.

IND365 Assam NE–ৰ বিনম্ৰ প্ৰয়াস আপোনাৰ ভাষাত, আপোনাৰ বাবে এনেকুৱা অৱদান আগবঢ়োৱাৰ যি আপোনাক জীৱনত আগুৱাই লৈ যাবলৈ সহায়ক হ’ব আৰু হৈ পৰিব আপোনাৰ কণ্ঠ তুলি ধৰিব পৰা এখন মঞ্চ।

23/10/2025

গোলাঘাট ৰ পৰা চাইকিললৈ সোনাপুৰ জুবিন ক্ষেত্ৰ লৈ অহা ১২জনীয়া যুৱক ৰ দল উপস্থিত ৰহাত

23/10/2025

হৰি নাম-কীৰ্তন, দিহানমেৰে মুখৰিত ডিগবৈ থানাৰ চৌহদ।

22/10/2025

কচুৱাৰ বৰপানী বাগানৰ শ্ৰী শ্ৰী কালি মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত কালি পূজা সামৰণি

22/10/2025

মেৰাপানীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে GEO TAG কৰাক লৈ দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি

22/10/2025

ৰহাত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন,নাহৰ পুলি ৰোপন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা

22/10/2025

ৰহাত শিশু দিৱস ত মঞ্চস্থ হব লগা দুখন নাট উদ্বোধন,আখৰা আৰম্ভ

21/10/2025

সমগ্ৰ ৰাজ্যতে আজি উল্লহ-মালাহৰে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী

21/10/2025

ডিগবৈত ভাতৃ সংঘৰ উদ্যোগত কালি পূজা মন্দপত জুবিন গাৰ্গ অনুৰাগীৰ প্ৰশংসনীয় পদক্ষেপ

21/10/2025

দিপাৱলীৰ দিনা এক বেয়া খবৰ ।

21/10/2025

পুনৰ অসম কন্যাৰ সাফল্য
'

21/10/2025

ৰহাৰ চাপৰমুখত শ্ৰীশ্ৰী কালী পুজা উদযাপন,চাপৰমুখত প্ৰানৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুজা পেণ্ডেল নিৰ্মান

21/10/2025

ৰহা সৰাগাঁওত জুবিন অনুৰাগীৰ প্ৰশংসনীয় পদক্ষেপ, স্থানীয় ৰাইজে জুবিনৰ ন্যায় কামনা কৰি জনালে শ্ৰদ্ধাঞ্জলি

Address

1st Floor, Golapi Market, Opp Nidhi Bhawan, Lalmati
Guwahati
781029

Alerts

Be the first to know and let us send you an email when Ind365 Assam NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share