Health Care Medical

Health Care Medical MoJo India, your go-to source for the latest and most relevant news from around the world.

13/08/2026
29/07/2026

জ্যেষ্ঠ স্ত্ৰী, প্ৰসূতি আৰু সন্তানহীনতা ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কাকলি দত্তৰ চিকিৎসা সেৱা লাভ কৰিবলৈ যোগাযোগ কৰক নগাঁৱৰ ধিং গেইটৰ হেল্থ কেয়াৰ মেডিকেলত।

যোগাযোগ নম্বৰ:

03672-220019

8822760240

8133001261

27/07/2026

গৰ্ভৱতী অৱস্থাৰ যিকোনো সমস্যা, সন্তানহীনতা সমস্যা আদিৰ বাবে উচ্চ ডিগ্ৰীধাৰী জেষ্ঠ চিকিৎসক ডাঃ কাকলি দত্তৰ চিকিৎসা গ্ৰহণৰ বাবে যোগাযোগ কৰক নগাঁও চহৰৰ ধিং গেইটস্থিত হেল্থ কেয়াৰ মেডিকেলত। ডাঃ কাকলি দত্তৰ চিকিৎসা গ্ৰহণ কৰি হাজাৰৰো অধিক সন্তানহীন পৰিয়ালে লাভ কৰিছে সন্তান। সোমবাৰৰ পৰা শনিবাৰলৈ ডাঃ কাকলি দত্তৰ চিকিৎসা সেৱা উপলব্ধ হ'ব নগাঁও চহৰৰ ধিং গেইটস্থিত হেল্থ কেয়াৰ মেডিকেলত।

যোগাযোগ কৰক:

03672-220019

8822760240

8133001261

26/07/2026

প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি দুই বজাৰ পৰা নগাঁৱৰ ধিং গেইটৰ হেল্থ কেয়াৰ মেডিকেলত উপলব্ধ হ'ব উচ্চ ডিগ্ৰীধাৰী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মহিবুল ইছলামৰ চিকিৎসা সেৱা।




যোগাযোগ নম্বৰ: 03672-220019

8822760240 আৰু

8133001261

23/07/2026

প্ৰতি শনিবাৰে নগাঁৱৰ ধিং গেইটস্থিত হেল্থ কেয়াৰ মেডিকেলত চিকিৎসা সেৱা আগবঢ়াব গুৱাহাটীৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ অভিজ্ঞ চিকিৎসক ডাঃ বিকাশ ৰায় দাসে (MBBS, MS, DNB (CTVS), MNAMS, MBA DIRECTOR, AYURSUNDRA ADVANCED HEART INSTITUTE, SENIOR HEART SPECIALIST)।

আগতীয়া নাম পঞ্জীয়ন কৰা হৈ আছে।

যোগাযোগ নম্বৰ: 03672-220019

8822760240 আৰু

8133001261


Address

Guwahati
781003

Alerts

Be the first to know and let us send you an email when Health Care Medical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Health Care Medical:

Shortcuts

Share