Assam Plus 24

Assam Plus 24 Assam Plus 24 is a newly launched news portal dedicated to delivering timely and accurate news from Assam and the Northeast region of India.

নিজৰ নীতি আৰু দলীয় অনুশাসনকলৈ গৌৰৱ গগৈ ইমানেই কঠোৰ হৈছে যে বিজেপিৰ চুৱা খোৱা কোনো লোক কংগ্ৰেছত থাকিব নোৱৰা হৈছে।
18/03/2026

নিজৰ নীতি আৰু দলীয় অনুশাসনকলৈ গৌৰৱ গগৈ ইমানেই কঠোৰ হৈছে যে বিজেপিৰ চুৱা খোৱা কোনো লোক কংগ্ৰেছত থাকিব নোৱৰা হৈছে।

আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা।
18/03/2026

আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা।

17/03/2026

এইবাৰ শুকুৰ আলীৰ মুখত নতুন গান।

17/03/2026

বিৰোধীয়ে ৰাজনীতিৰ বাবে নেতিবাচক কথাৰ আশ্রয় লয়, কিন্তু গ্রাউণ্ড ৰিপ’র্টে দিয়ে প্রকৃত ছবি! নিশাৰ অসমৰ সুৰক্ষিত পৰিৱেশৰ কথা ক’লে এগৰাকী সন্মানীয় শ্রমজীৱী অটোচালকে। তেওঁৰ কথাৰেই ক’লে— কিয় আকৌ এবাৰ বিজেপিক বিচাৰে!

অৱশেষত কংগ্ৰেছ ত্যাগ প্ৰদ্যুৎ বৰদলৈৰ। কাইলৈ দুপৰীয়া ১২ বজাত বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে।
17/03/2026

অৱশেষত কংগ্ৰেছ ত্যাগ প্ৰদ্যুৎ বৰদলৈৰ। কাইলৈ দুপৰীয়া ১২ বজাত বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে।

AIUDF ৰ পৰা পদত্যাগ দলৰ শীৰ্ষ নেতা, বিধায়ক আমিনুল ইছলামৰ I অগপলৈ আন এজন!
17/03/2026

AIUDF ৰ পৰা পদত্যাগ দলৰ শীৰ্ষ নেতা, বিধায়ক আমিনুল ইছলামৰ I অগপলৈ আন এজন!

17/03/2026

এইবাৰ EVM ৰ মাধ্যমত বিজেপিৰ ঠেং ভাঙি শৰাইঘাট দলঙৰ তলত পেলাই দিযা হুংকাৰ শুকুৰ আলীৰ।

17/03/2026

টিকট বিচাৰি হোজাইলৈ আহিল AIUDF - ৰ নেত্ৰী হাছিনা

১২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণাৰে দ্বিতীয় তালিকা প্ৰকাশ AIUDFৰ। চমৰীয়া সমষ্টিৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন  আমছু নেতা ইমদাদ হুছে...
17/03/2026

১২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণাৰে দ্বিতীয় তালিকা প্ৰকাশ AIUDFৰ। চমৰীয়া সমষ্টিৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন আমছু নেতা ইমদাদ হুছেইন।

Address

Hatigaon
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Assam Plus 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share