Shahadat Ali

Shahadat Ali Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shahadat Ali, Media/News Company, Guwahati.
(1)

Hello myself Shahadat I created this page for the people of Assam, Northeast, India

Please help Facebook Followers & Likes Me 󰟻 👈

Life is a long lesson in humanity

https://youtube.com/?si=etX84qP61CSczB57

উত্তৰাখণ্ডত যেতিয়া প্রলয় হৈছিল তেতিয়াঅসমৰ মুখ্যমন্ত্ৰীয়ে ৫ নে ১০ কোটি সাহায্য দি ভাৰতৰ ভিতৰত ৩ নম্বৰ মুখ্যমন্ত্ৰী হৈছিল ...
12/09/2026

উত্তৰাখণ্ডত যেতিয়া প্রলয় হৈছিল তেতিয়া

অসমৰ মুখ্যমন্ত্ৰীয়ে ৫ নে ১০ কোটি সাহায্য দি ভাৰতৰ ভিতৰত ৩ নম্বৰ মুখ্যমন্ত্ৰী হৈছিল সাহায্য

দিয়া, আৰু এতিয়া অসমৰ প্ৰলয়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীয়ে সাহায্য দিছে নে নাই আমি

নাজানো,,,

তাৰ মানে উজনি অসমলৈ আহি ভঙা ভঙা অসমীয়া কথা কৈ ডিঙিত গামোচা ল'লেই আমি সকলো পাহৰি যাওঁ নেকি? আমাৰ আবেগটো তাতেই নেকি?
゚

“ ১৯ ছেপ্টেম্বৰৰ দিনটো চৰকাৰে কওক বা নকওক জুবিন দিৱস মানিব লাগে ” - বৰষাৰাণী বিষয়া 🙏আমি সহমত নে? ❤️১৯ ছেপ্টেম্বৰক জুবিন...
12/09/2026

“ ১৯ ছেপ্টেম্বৰৰ দিনটো চৰকাৰে কওক বা নকওক
জুবিন দিৱস মানিব লাগে ”
- বৰষাৰাণী বিষয়া 🙏

আমি সহমত নে? ❤️
১৯ ছেপ্টেম্বৰক জুবিন দিৱস হিচাপে ঘোষণা কৰিব লাগে 🙏

জয় জুবিন দা ❤️🎸

দেশৰ বাবে RSS ডাঙৰ ভাবুকি।বিজেপি সদায় আৰএছএছৰ লগত জড়িত। আৰ এছ এছ আৰু বিজেপি দুয়োটাকে দেশৰ পৰা বাহিৰ কৰি ভাল মানুহক ক্ষ...
12/09/2026

দেশৰ বাবে RSS ডাঙৰ ভাবুকি।

বিজেপি সদায় আৰএছএছৰ লগত জড়িত। আৰ এছ এছ আৰু বিজেপি দুয়োটাকে দেশৰ পৰা বাহিৰ কৰি ভাল মানুহক ক্ষমতালৈ অনাৰ সময় আহি পৰিছে।

- অৰুণাচল প্ৰদেশৰ এগৰাকী ছোৱালীয়ে এইদৰে কয়
゚

বাইদেউ জনীক আমেৰিকা পুলিচে গ্ৰেপ্তাৰ কৰিছে। গো মাংস খোৱাকলৈ বিতৰ্ক কৰিছিল। তাৰ পিছত গ্ৰেপ্তাৰ।   ゚
12/09/2026

বাইদেউ জনীক আমেৰিকা পুলিচে গ্ৰেপ্তাৰ কৰিছে। গো মাংস খোৱাকলৈ বিতৰ্ক কৰিছিল। তাৰ পিছত গ্ৰেপ্তাৰ।
゚

দিল্লীৰ BRICS সন্মিলনত শক্তিশালী ৰাষ্ট্ৰৰ প্ৰধান। ভাৰতৰ সৈতে আটাইকেইখন দেশৰ ভৱিষ্যতক লৈ বুজাবুজিৰ আলোচনা। সমগ্ৰ বিশ্বক ন...
12/09/2026

দিল্লীৰ BRICS সন্মিলনত শক্তিশালী ৰাষ্ট্ৰৰ প্ৰধান। ভাৰতৰ সৈতে আটাইকেইখন দেশৰ ভৱিষ্যতক লৈ বুজাবুজিৰ আলোচনা। সমগ্ৰ বিশ্বক নতুন গতি দিয়াক লৈ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক।

নগাঁৱৰ উপ-নির্বাচনত বিজেপিৰ প্রার্থী দেৱাশীষ শর্মাক যিসকলে  নিৰপেক্ষ বুলি কয়, তেওঁ নগাঁৱৰ উপায়ুক্ত হৈ থকা সময়ত মুছলমান...
12/09/2026

নগাঁৱৰ উপ-নির্বাচনত বিজেপিৰ প্রার্থী দেৱাশীষ শর্মাক যিসকলে নিৰপেক্ষ বুলি কয়, তেওঁ নগাঁৱৰ উপায়ুক্ত হৈ থকা সময়ত মুছলমান লোকক বাছি বাছি উচ্ছেদ কৰিছিল।”

– এই মন্তব্য মুবাছিৰৰ।
゚

হিন্দু ভোেট লাভৰ বাবে মছজিদ ভাঙি পেলোৱাৰ খেলখন আৰু কামত নাহিব।প্ৰতিখন চহৰতে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আদিকে ধৰি এক সংস্কৃ...
11/09/2026

হিন্দু ভোেট লাভৰ বাবে মছজিদ ভাঙি পেলোৱাৰ খেলখন আৰু কামত নাহিব।

প্ৰতিখন চহৰতে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আদিকে ধৰি এক সংস্কৃতি আছে। ইয়াৰে যিকোনো এটাক ধ্বংস কৰাটো এই সংস্কৃতিৰ ওপৰত আক্রমণ।

মছজিদ ভাঙিলে কোনো সাধাৰণ হিন্দু সুখী নহ'ব।
゚

ইনচাল্লাহ কৈ ভোেট ভিক্ষা শৰ্মা বামুণ জনৰ সচাঁই আচৰিত ভোট ভিক্ষাৰ বাবে মানুহে কি কি নকৰে।।-ময়ূৰ জ্যোতি হাজৰিকা ゚
11/09/2026

ইনচাল্লাহ কৈ ভোেট ভিক্ষা শৰ্মা বামুণ জনৰ সচাঁই আচৰিত ভোট ভিক্ষাৰ বাবে মানুহে কি কি নকৰে।।-ময়ূৰ জ্যোতি হাজৰিকা
゚

‘গম পোৱা হ'লে মই নিজেই জুবিনদাক পানীত নামিবলৈ মানা কৰিলোঁহেঁতেন, আমাক কোনোও জনোৱা নাছিল জুবিদানৰ অসুস্থতাৰ কথা’
10/09/2026

‘গম পোৱা হ'লে মই নিজেই জুবিনদাক পানীত নামিবলৈ মানা কৰিলোঁহেঁতেন, আমাক
কোনোও জনোৱা নাছিল জুবিদানৰ অসুস্থতাৰ কথা’

ৰামানুজ বহুত সংস্কাৰী ল'ৰা আছিল। ডাঙৰক কেনেকৈ শ্রদ্ধা-সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে সেয়া সি জানিছিল। মনটো ...
10/09/2026

ৰামানুজ বহুত সংস্কাৰী ল'ৰা আছিল। ডাঙৰক কেনেকৈ শ্রদ্ধা-সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে সেয়া সি জানিছিল। মনটো তাৰ বৰ কোমল আৰু মৰমিয়াল আছিল। বন্ধু-বান্ধৱে যদি কেতিয়াবা তাৰ ওচৰত ৫০ টকা বিচাৰে, সি ১০০ টকা দিছিল। কাৰো লগত কোনোদিন হাই-কাজিয়া কৰা ল'ৰা নাছিল সি। এনেকুৱা এটা ল'ৰাই যে এনে কাণ্ড কৰিব পাৰে বা তাৰ লগত এনেকুৱা হ'ব পাৰে, সেই কথা মই সপোনতো ভবা নাছিলোঁ।'

পত্নীহন্তা ৰামানুজ গোস্বামীৰ

মাতৃৰ ভাষ্য
゚

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Shahadat Ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Shahadat Ali:

Shortcuts

Share