NFA

NFA সত্যৰ বাবে সত্যৰ দ্বাৰা

04/09/2026

📌 কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ সুৰ কঠোৰ—‘‘অসন্তুষ্ট আছিলোঁ, এতিয়াও আছোঁ!’’
📌 দলীয় সমালোচনাত অখিল গগৈৰ আপোচহীন স্থিতি—‘‘আগলৈও সমালোচনা কৰি থাকিম।’’

04/09/2026

📌 ‘‘বিবাহ বিচ্ছেদৰ পিছত মোৰ দায়িত্ব লোৱাৰ আশ্বাস দিছিল ডাঃ প্ৰয়াস সিংহলে।’’
📌 ‘‘মিউচুৱেল ডিভৰ্ছ আৰম্ভ হোৱাৰ পিছতে সলনি হৈছিল ডাঃ প্ৰয়াস সিংহল।’’
📌 প্ৰয়াত ডাঃ প্ৰয়াস সিংহলৰ সৈতে নাম সাঙোৰ খোৱা মহিলাগৰাকীৰ বিস্ফোৰক দাবী।
📌 ‘‘মোৰ সৈতে প্ৰেমৰ সম্পৰ্ক অব্যাহত নৰখাৰ কথা কৈছিল, পিছলৈ মোক বেয়াকৈ কৈছিল।’’
📌 মহিলাগৰাকীৰ দাবী বনাম প্ৰকৃত সত্য—কোন সঁচা, কোন মিছা?
📌 **প্ৰয়াত ডাঃ প্ৰয়াস সিংহলৰ সৈতে নাম সাঙোৰ খোৱা মহিলাগৰাকীৰ প্ৰথম মুখ খোলা।

゚viralシ

02/09/2026

📌 সুৰ বাজিল, ছন্দত হালিল দীপান্বিতাৰ কঁকাল—মুহূৰ্ততে জমিল মঞ্চ!

゚viralシ

02/09/2026

📌 অশ্লীল গালি-গালাজে নেতাগিৰী দেখুৱাবলৈ গৈ বিপদত বিজেপি নেতা!
📌 কথাৰ উত্তৰ আহিল ঘোচাৰে!

゚viralシ

02/09/2026

📌 শিৱসাগৰৰ বৰপুখুৰী পাৰত মদৰ ৰাগীত যুৱকৰ উদ্ভণ্ডালি!

゚viralシ

02/09/2026

📌 গাড়ীৰ ভিতৰত কলেজীয়া যুৱতীৰ সৈতে আপত্তিজনক অৱস্থাত ‘মিঞা যুৱক!

゚viralシ

01/09/2026

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ সন্মুখত মানৱ শক্তি যেন একেবাৰেই অসহায়।

01/09/2026

📌নেপালৰ হিন্দু সকলে জীৱনৰ আটাইতকৈ ডাঙৰ ভূল কৰিছে !
📌নেপালে সেই ভূলৰ পৰিণতি ভুগিছে !
📌নেপালৰ হিন্দু সকলে এই ভূল জীৱনত কেতিয়াও কৰিব নালাগিছিল !
📌 নেপালত ধৰ্মীয় সংঘাতৰ জুই—মছজিদ-কোৰান জ্বলাই দিয়াৰ অভিযোগৰ মাজতে পৰিণতি ভুগিছে দেশখনে,
📌উঠিছে হিন্দু সমাজৰ ভুলক লৈও তীব্ৰ প্ৰশ্ন!

゚viralシ

31/08/2026

📌 ‘সেৱা নাপালে টোল কিয় দিব?’
📌 NHAI-এ ৰাইজক সন্তুষ্ট কৰিবই লাগিব
📌 ভুক্তভোগী পৰিয়ালক দিব লাগিব ক্ষতিপূৰণ
📌 ৭ দিনৰ ভিতৰত মেৰামতি হ’ব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ
📌সকীয়নি গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ

゚viralシ

25/08/2026

মানসৰ মৃত্যুক লৈ বিস্ফোৰক দাবী—‘পৰিকল্পিত হত্যাকাণ্ড!’ অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱালৈ প্ৰতিবাদৰ হুংকাৰ, ‘আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰত্যাক্ৰমণেৰে’ বুলি শৃংখল চলিহাৰ সকীয়নি

゚viralシ

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when NFA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share