Jadab Das

Jadab Das সকলোৱে হাতে হাট ধৰি আগুৱাই যাওঁ বলক।

14/04/2025

Shout out to my newest followers! Excited to have you onboard! সিদ্বাৰ্থ জোনাক অসম, Pranab Hazarika, Chow Chittunjit Kon...
12/03/2025

Shout out to my newest followers! Excited to have you onboard! সিদ্বাৰ্থ জোনাক অসম, Pranab Hazarika, Chow Chittunjit Konwar, Rituparna Das, Joyshree Dutta Kalita, Prabitra Sarmah, Susanta Neog, Junmon Das Borah, Jadhav Das

28/02/2025

দেখিবলৈ কেনেকুৱা হব নতুন Airport ?

24/02/2025

বহুত মানুহ দেখিলো

বহুত মানুহ দেখিলো,
কিছুমান আহিল মুকলি আকাশৰ দৰে,
অথন্তৰ পাখি মেলি মৰম দিলে,
কিন্তু সময়ৰ ধুমুহাই উৰুৱাই নিলে।

কিছুমান আহিল সপোনৰ দৰে,
সেউজীয়া পথাৰত মাটিৰ সুবাস দি গ’ল,
কিন্তু বাস্তৱৰ উজ্জ্বল ৰ’দত,
তেওঁলোক পদপথৰ ধূলিত হেৰাই গ’ল।

কিছুমান অন্ধকাৰৰ দৰে আহিল,
হৃদয়ত কিবাকিবি শূন্য কৰি গ’ল,
সপোনবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি,
বিষাদৰ বাটত থৈ গ’ল।

আৰু কিছুমান,
নৈৰ গভীৰতা যেন গভীৰ,
তেওঁলোক কেতিয়াও উৰিযোৱা পাত নহ’ল,
কেতিয়াও ছাঁয়া নহ’ল,
তাৰ বিপৰীতে, সময়ৰ বোকোচাত ৰৈ থাকিল,
বিচ্ছিন্ন হৈও হৃদয়ত অটুত থাকিল।

কিন্তু…
এজন,
অভিমানৰ পাহাৰত চপাব নোৱাৰা,
স্মৃতিত জ্বলি থকা এটি দ্বীপ হ’ল,
যাৰ পোহৰ হৃদয়ৰ গভীৰ কোণত,
অবিৰাম জ্বলি থাকিল…
©️JD

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Jadab Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jadab Das:

Share