BHP Production

BHP Production This channel is based on Traditional, Folk and Culture,Musical Activity,Tourist Guide as well as full

সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
15/04/2026

সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

BHP Production পৰিয়ালৰ তৰফৰ পৰাসকলোকে 'গৰু বিহু'-ৰ ওলগ যাচিলোঁদীঘলতী দীঘল পাতগৰু কোবাওঁ জাত জাত...
14/04/2026

BHP Production পৰিয়ালৰ তৰফৰ পৰা

সকলোকে 'গৰু বিহু'-ৰ ওলগ যাচিলোঁ

দীঘলতী দীঘল পাত

গৰু কোবাওঁ জাত জাত...

কপৌফুলপাহেও বতৰা দিলে,ব’হাগ মানেই সুন্দৰ,ব’হাগ মানেই সজীৱ।
13/04/2026

কপৌফুলপাহেও বতৰা দিলে,
ব’হাগ মানেই সুন্দৰ,
ব’হাগ মানেই সজীৱ।

অসমীয়া নৱবৰ্ষৰ কেলেণ্ডাৰত চিৰদিনৰ বাবে জিলিকি ৰ'ল ঈশ্বৰপুত্ৰৰ পূণ্যতিথি
01/04/2026

অসমীয়া নৱবৰ্ষৰ কেলেণ্ডাৰত চিৰদিনৰ বাবে জিলিকি ৰ'ল ঈশ্বৰপুত্ৰৰ পূণ্যতিথি

🚨 Urgent Hiring Alert! Join Us Today 🚨We’re looking for a talented Graphic Designer to be part of our growing digital me...
31/03/2026

🚨 Urgent Hiring Alert! Join Us Today 🚨
We’re looking for a talented Graphic Designer to be part of our growing digital media team. If you have skills in Photoshop & After Effects and experience in a news channel, this is your chance!
🎯 Immediate joining preferred
📍 Location: Kahilipara, Guwahati
📩 Send your resume now: [email protected]
📞 Call: 95777 81416

21/03/2026

ইছলাম ধৰ্মাৱলম্বী ভাই-ভনীসকলক ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

13/03/2026

🥲🥲🥲 Coming Soon

15/02/2026

শুভ মহাশিৱৰাত্ৰি! ভোলে বাবাৰ কৃপাত আপোনাৰ জীৱন সুখ আৰু আনন্দৰে ভৰি পৰক।

10/02/2026

F EX

Happy Republic Day
26/01/2026

Happy Republic Day

17/01/2026
সহজ নহয় ঈশ্বৰ পুত্ৰৰ নাম কৰ্তন কৰাৰভোটাৰ তালিকাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে নির্বাচনী বিষয়াইতাৰ পৰ...
03/12/2025

সহজ নহয় ঈশ্বৰ পুত্ৰৰ নাম কৰ্তন কৰাৰ

ভোটাৰ তালিকাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে নির্বাচনী বিষয়াই

তাৰ পৰিৱৰ্তে মহম্মদ তফিজ উদ্দিনে লিখিলে 'আত্মাই চিৰশান্তি লাভ কৰক । চিৰদিন অমৰ হৈ থাকক, স্বর্গত থাকক'

Address

Guwahati
781024

Alerts

Be the first to know and let us send you an email when BHP Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BHP Production:

Share