অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ

  • Home
  • India
  • Guwahati
  • অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ

অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ অসমীয়া ভাষাক আধুনিক প্ৰযুক্তিৰে বিশ্বমুখী কৰাৰ বিনম্ৰ প্ৰয়াস।

প্ৰকাশ পালে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে.....SAARATHI QUESTION BANK 2026WITH MCQ ANSWERসাৰথি প্ৰশ্ন-ভাণ্ডাৰ ২০২৬- Base...
02/04/2025

প্ৰকাশ পালে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে.....
SAARATHI QUESTION BANK 2026
WITH MCQ ANSWER
সাৰথি প্ৰশ্ন-ভাণ্ডাৰ ২০২৬
- Based on Latest ASSEB (SEBA)'s Question/Exam Pattern
- HSLC 2024-2025 All Question Papers Solved
- 3 Years HSLC Previous Year Question Papers (PYQ)
- Model Question Papers
- HSLC Questions
- Test Paper Questions
- Additional Questions
- Chapter-wise Questions Arrangement
- as per New Education Policy
- Latest MCQ Pattern
- Assamese Medium
- English Medium
- For Class X (HSLC 2026 Examinees)
- Price 499/-
- Total Pages 832
- Call or Whatsapp 098640 14130

15/03/2025
প্ৰকাশ পালে = SAARATHI QUESTION BANK 2026with ALL VSA AND MCQ ANSWERHSLC 2024-2025 SOLVED
13/03/2025

প্ৰকাশ পালে =
SAARATHI QUESTION BANK 2026
with ALL VSA AND MCQ ANSWER
HSLC 2024-2025 SOLVED

➡️ প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে সাৰথি টেষ্ট পেপাৰ- ২০২৫...*SAARATHI TEST PAPER 2025*➡️ একমাত্ৰ সাৰথি টেষ্...
10/01/2025

➡️ প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে সাৰথি টেষ্ট পেপাৰ- ২০২৫...
*SAARATHI TEST PAPER 2025*
➡️ একমাত্ৰ সাৰথি টেষ্ট পেপাৰত উপলব্ধ হৈছে প্ৰতিখন প্ৰশ্নকাকতৰ MCQ সমূহৰ উত্তৰ/সমাধান।
ALL MCQ SOLVED OF ALL QUESTIONS PAPER
➡️ তদুপৰি সাৰথি টেষ্ট পেপাৰত আছে ২০২৪ চনৰ মেট্ৰিক পৰীক্ষাৰ সকলো বিষয়ৰ প্ৰশ্নকাকত সমূহৰ সমাধান। HSLC 2024 ALL QUESTION PAPERS SOLVED
➡️ বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তত কৰা আৰ্হি প্ৰশ্নকাকত। MODEL QUESTION PAPER PREPARED BY EXPERT
➡️ বিগত পাঁচ বছৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত। LAST 5 YEARS QUESTION PAPER
= ENGLISH AND ASSAMESE MEDIUM
➡️ সাৰথি টেষ্ট পেপাৰ আজিয়ে সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰক নিকটৱৰ্তী কিতাপৰ দোকান অথবা +91 93659 76649 নম্বৰত।

AMAZON LINK=
Test Papers HSLC 2025 Mathematics | Mil-Assamese | Social Science | Science | English (5 books) [paperback] Editorial board [Oct 31, 2024], for ₹550.00 via https://www.amazon.in/gp/product/B0DSCDQYSN/ref=cx_skuctr_share_ls_srb?smid=A39RV9ZIPBQQ8D&tag=ShopReferral_e61fbc4e-c3f9-4fd2-ad60-7a21b6fdcc2e

বৈদুৰ্য্য বৰুৱাৰ 'আকৌ চেণ্টুদা'অসম গ্ৰন্থমলাত উপলব্ধ৷
03/01/2024

বৈদুৰ্য্য বৰুৱাৰ 'আকৌ চেণ্টুদা'
অসম গ্ৰন্থমলাত উপলব্ধ৷

শিৱানী বৰাৰ 'বৰৰজা প্ৰমথেশ্বৰী'অসম গ্ৰন্থমেলাত উপলব্ধ৷
03/01/2024

শিৱানী বৰাৰ 'বৰৰজা প্ৰমথেশ্বৰী'
অসম গ্ৰন্থমেলাত উপলব্ধ৷

ধ্ৰুৱজ্যোতি অৰ্জুনাৰ ‘সৌবলপুত্ৰ’ আৰু ‘বসুনন্দন’অসম গ্ৰন্থমেলাত উপলব্ধ৷
03/01/2024

ধ্ৰুৱজ্যোতি অৰ্জুনাৰ ‘সৌবলপুত্ৰ’ আৰু ‘বসুনন্দন’
অসম গ্ৰন্থমেলাত উপলব্ধ৷

 #চম্পাৱতীৰ_ন-কৈ_সজা_ঘৰখনঅসম গ্ৰন্থমেলাত উপলব্ধ৷"... মোৰ কিহত বেয়া লাগিছিল জানে, নিজৰ বুলিবলৈ মোৰ সেই এটুকুৰাই ঠাই আছিল৷...
03/01/2024

#চম্পাৱতীৰ_ন-কৈ_সজা_ঘৰখন
অসম গ্ৰন্থমেলাত উপলব্ধ৷

"... মোৰ কিহত বেয়া লাগিছিল জানে, নিজৰ বুলিবলৈ মোৰ সেই এটুকুৰাই ঠাই আছিল৷ ঘৰ বুলিলে কিয় জানো যোৱা কেইটাবছৰত মই সেই ঠাইটুকুৰাই বুজিছিলোঁ৷ এই যে ঘৰটো পিতাই সাজিছে, এইটো জানো মোৰ ঘৰ? এইটো ঘৰ যেন মোৰ মাৰো নহয়৷ মাইকী মানুহৰ কাৰণে জানো ঘৰ থাকে? ঘৰ মানে আপুনি কি বুজে? এটুকুৰা নিজৰ ঠাই৷ নিজৰ মতে থাকিব পৰা ঠাই৷ ভাগৰ লাগিলে জিৰাব পৰা, বেমাৰত শুশ্ৰূষা পোৱা, সেয়াইতো ঘৰ৷ যিখন ঠাইলৈ আপুনি বাৰে বাৰে ঘূৰি যাবলৈ বিচাৰে৷ পথাৰলৈ গ’ল৷ ঘূৰি আহিল – ঘৰ৷ চাকৰিলৈ গ’ল৷ ঘূৰি আহিল-ঘৰ৷ মাইকী মানুহ কেনি যায়৷ পাকঘৰতে থাকে৷ পাকঘৰৰ পৰা শোৱাকোঠা৷ খুব বেছি পাছচোতাল৷ তাতকৈ বেছি হ’লে ঘৰৰ কোনো শুই নুঠোতেই চোতাল সৰাৰ আচিলাত আগফালৰ চোতালখন৷ বেছিভাগ মাইকী মানুহৰ ঘৰ মানে চোন সেয়াই৷"

চতুর্থ সংস্কৰণ অসম গ্ৰন্থমেলাত উপলব্ধ৷"....হৰ্ষদাই আপোনাক হাঁওফাঁওত মিথাইল আইচ’চায়েনেট সুমুৱাই মৰি যোৱা ভূপালৰ পাঁচ লাখ ...
03/01/2024

চতুর্থ সংস্কৰণ অসম গ্ৰন্থমেলাত উপলব্ধ৷

"....হৰ্ষদাই আপোনাক হাঁওফাঁওত মিথাইল আইচ’চায়েনেট সুমুৱাই মৰি যোৱা ভূপালৰ পাঁচ লাখ মানুহৰ কথা কৈ আছে৷
পলকতে মৰি যোৱা ষোল হাজাৰ মানুহ৷ প্ৰায় পাঁচ লাখ মানুহ গুৰুতৰভাৱে আহত৷ কাৰো কান্দিবলৈ আহৰি নাছিল৷
মৃত্যু যেন এটা চিৰাচৰিত কৰ্মকাণ্ড৷
সন্ধ্যা আঙঠাত পুৰি গোমধান এটা খাই দিয়াৰ দৰে৷
অথবা পানীৰ তলৰ পৰা ওলাই আহি লোৱা এটা দীঘল উশাহ...
গেছ কোম্পানীৰ মুখ্য বিষয়া ৱাৰেন এণ্ডাৰছনে মাত্ৰ দুহেজাৰ ডলাৰ জৰিমনাত সসন্মানে মুক্তি পাইছে৷
কোম্পানীয়ে বিবৃতি দিছে... আমি এই দুৰ্ঘটনাত আহত নিহত সকলোলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ গভীৰ সমবেদনা৷ দুৰ্ঘটনা আছিল, আমি ব্যথিত৷
আমি দুঃখিত৷ লাখ লাখ মানুহৰ মৃত্যুৰ গভীৰ সমবেদনা৷"

Address

Guwahati
781024

Alerts

Be the first to know and let us send you an email when অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ:

Share

Category