TIME8 Axom

TIME8 Axom TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.

TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.

08/08/2026

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ ভুৱা MBBS ।গ্ৰেপ্তাৰ ভুৱা চিকৎসক নাচেৰ আহমেদ।নিজকে পাটনাৰ ডাক্তৰ বুলি পৰিচয় দি প্ৰৱঞ্চনা কৰি আহিছিল সাধাৰণ ৰাইজক।

08/08/2026

দেৰগাঁৱত সন্ধানহীন ছাত্ৰ, পঞ্চম দিনতো নাই কোনো সন্ধান। ৪ আগষ্টত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই অনুপ চকিয়ালৰ। সন্তানক বিচাৰি শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

08/08/2026

শদিয়াত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগত শতাধিক মহিলাৰ প্ৰতিবাদ। ৰাজগড় পঞ্চায়তৰ কেইবাখনো গাঁৱৰ হিতাধিকাৰীয়ে অনিয়মৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনালে।

08/08/2026

দিখৌ নৈৰ প্ৰলয়ংকৰী ৰূপ।যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি।আতংকিত অঞ্চলবাসী

08/08/2026

অখিল গগৈৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ শিৱসাগৰ সমষ্টিৰ ন-আলিৰ ৰাইজৰ ।আজি পৰ্যন্ত লোৱা নাই ৰাইজৰ খবৰ।

08/08/2026

জন্মদিন উদযাপনৰ সলনি বানাক্ৰান্তৰ কাষত মাজুলীৰ ইষাজ্যোতি কলিতা। জন্মদিনৰ খৰচৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই দেখুৱালে মানৱতাৰ অনন্য নিদৰ্শন।

08/08/2026

ঔতলাত নোৱানৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে, বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰি ল’লে পৰিস্থিতিৰ বুজ।

08/08/2026

আজি পৰ্যন্ত ন-আলিৰ বানপীড়িত ৰাইজৰ খবৰ লোৱা নাই ।অন্যান্য বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ বিপৰীতে নিজ সমষ্টিতেই নাই জনপ্ৰতিনিধিগৰাকী।অখিল গগৈক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে

08/08/2026

ধনশিৰি-গেলাবিলৰ বানত বোকাখাত-দেৰগাঁৱৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন।বানৰ কবলত পৰি অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বহু পৰিয়ালে।

Address

Christian Basti
Guwahati

Alerts

Be the first to know and let us send you an email when TIME8 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Axom:

Shortcuts

Share