AIN LIVE

AIN LIVE AIN LIVE হৈছে অসমৰ এটা নিৰ্ভীক আৰু বিশ্বাসযোগ্য ডিজিটেল সংবাদ মাধ্যম, যাক ATRACTSOFT PRIVATE LIMITED দ্বাৰা পৰিচালিত কৰা হৈছে।

14/08/2026

📌যোৰহাটত বিজেপিৰ ‘তিৰংগা যাত্ৰা’ | শতাধিক কৰ্মীৰ অংশগ্ৰহণেৰে বাইক ৰেলী।

14/08/2026

📌মেলেং মেটেলীত ১ ভাদৰ পৰা মাহজোৰা পালনাম | ভক্তপ্ৰাণ ৰাইজক অংশগ্ৰহণৰ আহ্বান।

📌অসমৰ বানপীড়িতলৈ ভূটানৰ ৰজাৰ সমবেদনা l
14/08/2026

📌অসমৰ বানপীড়িতলৈ ভূটানৰ ৰজাৰ সমবেদনা l

13/08/2026

📌ভেৰগাঁৱত ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ | পেৰেডৰ বাবে সাজু ছাত্ৰ-ছাত্ৰী।

13/08/2026

📌হাজোৰ ঐতিহ্য আৰু আধ্যাত্মিকতাক সামৰি ‘পঞ্চতীৰ্থ হাজো আৰু ঐতিহ্য’ গ্ৰন্থ উন্মোচন।

13/08/2026

📌“আজমলে মুছলিম সমাজৰ ধৰ্ম বিনষ্ট কৰিছে” — ইউছুফ আলি।

13/08/2026

📌জুবিন দাৰ আদৰ্শৰে বানাক্ৰান্তৰ কাষত ধন্তী দাস | চিকিৎসা শিবিৰেৰে আগবঢ়ালে মানৱীয় সহায়।

13/08/2026

📌খাৰুপেটীয়াত ত্ৰিৰংগা যাত্ৰা | জাতীয় পতাকাৰে মুখৰিত ৰাজপথ, দেশপ্ৰেমৰ উচ্ছ্বাস।

13/08/2026

📌মেলেং চাহ বাগিচাত গৰ্ভৱতী মহিলা শ্ৰমিকৰ মৃত্যুক লৈ প্ৰতিবাদ | ২০ লাখ টকা ক্ষতিপূৰণৰ দাবী।

📌“হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ। আজানৰ শব্দ শুনিয়েই মই পুৱা সাৰ পাওঁ।” — চিতু বৰুৱা l
13/08/2026

📌“হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ। আজানৰ শব্দ শুনিয়েই মই পুৱা সাৰ পাওঁ।” — চিতু বৰুৱা l

Address

DISPUR
Guwahati

Alerts

Be the first to know and let us send you an email when AIN LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share