Manawata Axom

Manawata Axom মই দুখীয়া দুখৰ সমভাগী
অসম মোৰ জন্মভূমি অসম মোৰ মাতৃভূমি অসম মোৰ আৱেগ অনুভূতি।

এই যে দেখিছে মানুহ গৰাকী। তেখেতৰ ঘৰ গোলাঘাট কমাবন্ধা( বকলাই ) ভাইটী অভী শৰ্মা ঘৰত যাওঁতে লগ পালোঁ। কোনো নাইকীয়া মানুহ গ...
21/11/2024

এই যে দেখিছে মানুহ গৰাকী। তেখেতৰ ঘৰ গোলাঘাট কমাবন্ধা( বকলাই ) ভাইটী অভী শৰ্মা ঘৰত যাওঁতে লগ পালোঁ। কোনো নাইকীয়া মানুহ গৰাকী ভাইটি অভিয়ে মাতে বৌতি। বৰ মৰম কৰে মানুহ গৰাকীক। ময়ো মানুহ গৰাকী দুখৰ কথাবোৰত ডুব গলোঁ। বৌতিক যিমান পাৰোঁ সান্তনা দি আহিছোঁ। বৌতিয়ে যিমান দুখ আছে সকলো লুকুৱাই মোৰ লগত হাঁহি হাঁহি কথাবোৰ পাতি আছে কিন্তু তেওঁ জানিব দিয়া নাই তেওঁ কিমান যে দুখ আছে। মই কিন্তু তেখেতৰ লুকাই থকা সকলো দুখ দেখিছোঁ। কাৰণ মোৰ মা য়ো আমাক এনেকৈ দুখ বোৰ লুকুৱাই ডাঙৰ কৰিলে। সেই চাগে তেওঁ লোকোৱাব খোজা দুখবোৰে মোক বাৰে বাৰে ধৰা দিছে। মানুহ গৰাকীক মই যিমান পাৰোঁ সোনকালে আকৌ লগ পোৱাৰ কথা দি আহিছোঁ। বৌতী উলাও নুলাও কৈ উলুৱা হাঁহি টো বৰ মৰম লগা। মানুহ গৰাকীক ভগৱানে যাতে ভালে ৰাখে তাৰে কামনা কৰিছোঁ। Facebook Manawata Axom Homoy

গছ কটাতকৈ গছ ৰুবলৈ চেষ্টা কৰক         Manawata Axom
31/10/2024

গছ কটাতকৈ গছ ৰুবলৈ চেষ্টা কৰক Manawata Axom

My dog             Manawata Axom
23/10/2024

My dog Manawata Axom

Address

Garchuk Pamohi
Guwahati
781035

Alerts

Be the first to know and let us send you an email when Manawata Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share