Dainandin Axom

Dainandin Axom Welcome to Official Page of Dainandin Axom News
DA News is gateway to digital news in the North East

11/07/2025

২৬ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব – শিৱসাগৰত দেৱব্ৰত শইকীয়াৰ হুংকাৰ

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতৰ বৃহৎ জয়। ৩৩৬ ৰাণত জয়লাভ ভাৰতৰ। বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় দলে।
06/07/2025

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতৰ বৃহৎ জয়। ৩৩৬ ৰাণত জয়লাভ ভাৰতৰ। বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় দলে।

06/07/2025

আজি পবিত্র মহৰমৰ বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো উলহ-মালহেৰে পালন পবিত্র মহৰম।

06/07/2025

গৌৰীপুৰত উচ্ছেদৰ বিৰোধিতাৰে বিধায়ক নিজানুৰ ৰহমানৰ সংবাদ মেল।

আজি মুকলি হ’ব মহানগৰীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু। ভগদত্ত উৰণ সেতু নামেৰে নামাকৰণ কৰা সেতুখন মুকলি কৰিব মুখ্যমন্ত্...
06/07/2025

আজি মুকলি হ’ব মহানগৰীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু। ভগদত্ত উৰণ সেতু নামেৰে নামাকৰণ কৰা সেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান। আজি পুৱতি নিশা নিজ বাসগৃহতে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰ...
06/07/2025

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান। আজি পুৱতি নিশা নিজ বাসগৃহতে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল উদয়াদিত্য ভৰালী।

05/07/2025

লখিমপুৰ উচ্ছেদ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ।

01/07/2025

শিৱসাগৰত গো-মাংস বিক্ৰী স্থানত অভিযান, দুজন আটক।

কবি অনুভৱ তুলসীৰ দেহাৱসান। পুৱা ১০.১৫ বজাত মৃত্যু কবিগৰাকীৰ।  দিছপুৰ GNRCত শেষ নিশ্বাস ত্যাগ কবি অনুভৱ তুলসীৰ।   |
01/07/2025

কবি অনুভৱ তুলসীৰ দেহাৱসান। পুৱা ১০.১৫ বজাত মৃত্যু কবিগৰাকীৰ। দিছপুৰ GNRCত শেষ নিশ্বাস ত্যাগ কবি অনুভৱ তুলসীৰ।
|

30/06/2025

'মা আমি নলবাৰী যাম, মা আমি গৰু চোৰ চাম' । ‘এজন মন্ত্ৰীৰ কাৰ্যৰ বাবে এনেকুৱা গীত ৰচনা হ’বলৈ পাইছে’। গীৰ গাই কেলেংকাৰীক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ।

29/06/2025

শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু ডিমৌ কেঞ্চাৰ মেডিকেলৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথযাত্ৰা। ৰথযাত্ৰা উপলক্ষে পুৰীৰ জগন্নাথ মন্দিৰত লক্ষাধিক ভকতৰ ভিৰ। প্ৰতি বছৰে জগন্নাথ ৰথযাত্ৰা ...
27/06/2025

আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথযাত্ৰা। ৰথযাত্ৰা উপলক্ষে পুৰীৰ জগন্নাথ মন্দিৰত লক্ষাধিক ভকতৰ ভিৰ। প্ৰতি বছৰে জগন্নাথ ৰথযাত্ৰা চাবলৈ ভিৰ কৰে দেশী-বিদেশী অগণন ভক্তই। অহা ৮ জুলাইলৈকে ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব জগন্নাথ ৰথ যাত্ৰা।

Address

Gauhati

Telephone

+918473034484

Website

Alerts

Be the first to know and let us send you an email when Dainandin Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dainandin Axom:

Share