Today Assam 24

Today Assam 24 অসম তথা সমগ্ৰ দেশৰ নিৰ্ভিক নিৰপেক্ষ ব?

27/08/2026

প্ৰকৃতিৰ কি লীলা

26/08/2026

📌নেপালত বানৰ সংহাৰ।
📌কোশী নদীৰ বাঢ়নী পানীত প্লাৱিত উত্তৰ নেপালৰ ৰাসুৱা জিলা।

20/08/2026

AIUDFৰ কৰ্মীসকলৰ আচলতে হৈছে কি? ক্ষমতাই মূৰত ধৰিছে নেকি?

মৌলানা কলিম উদ্দিন চাহাবে সঁচাকৈয়ে দেশদ্ৰোহী শ্লোগান দিছিল নেকি? নে ভিডিঅ’টোৰ বক্তব্যক লৈ ভুল বুজাবুজি হৈছে?

এডিট কৰা ভিডিঅ’ৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ’ব।
মৌলানা কলিম উদ্দিন চাহাবে কোনো ধৰণৰ দেশদ্ৰোহী শ্লোগান দিয়া নাছিল—

এই বিষয়টোক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে।
সেয়ে কোনো সিদ্ধান্তত উপনীত হোৱাৰ সম্পূৰ্ণ ভিডিঅ টো নিজেই চাওক আৰু শুনক।

🎥 সম্পূৰ্ণ ভিডিঅ’ আগবঢ়ালোঁ আপোনালোকৰ মাজত।

ভিডিঅ’টো চোৱাৰ পিছত আপোনালোকেই বিচাৰ কৰক—
👉 আচলতে কি কোৱা হৈছিল?
👉 শ্লোগানটোৰ অৰ্থ কি?
👉 অভিযোগটো সত্য নে ভুল ব্যাখ্যা?

আপোনাৰ মতামত কমেণ্টত জনাব।

⚠️ চৰ্চিত অভিযোগসমূহৰ সত্যতা সম্পূৰ্ণ ভিডিঅ’ আৰু নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিতহে মূল্যায়ন কৰক।

13/08/2026

কাক সমৰ্থন কৰিব আপোনি

10/08/2026
05/08/2026

ডবকা ৰ কাঞ্চিবজাৰ ত এক অমানৱীয় ঘটনা সংঘটিত হৈছে। ভাইৰেল ভিডিঅ' ত দেখা গৈছে ,এগৰাকী শাৰিৰীক বাবে বিকলাঙ্গ ব্যক্তিৰ ওপৰত এক অমানৱীয় প্ৰহাৰ কৰি থকা হৈছে। এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। অপৰাধ কৰিছে, আইন আছে। আইনৰ দ্বাৰস্থ হ‌ওক। নিজে আইন হাতত তুলি লোৱা কেতিয়াও মানি ল'ব নোৱাৰি।
হোজাই আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, বিষয়টো উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

Hojai Police

01/08/2026

কঠিয়া কেনেকৈ সিচে পিযুজ হাজৰিকাই অখিল দাৰ পৰা শিকি লওক।
Akhil Gogoi

Address

Pub Samarali Zinda Bazar
Guwahati
782439

Alerts

Be the first to know and let us send you an email when Today Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Today Assam 24:

Shortcuts

Share