জীবনৰ ইটো সিটো

জীবনৰ ইটো সিটো অনুগ্ৰহ কৰি আমাৰ পেজ টো like and follow কৰিব।

For Collaboration DM

03/12/2025

চৰকাৰী অফিচত চৰকাৰে চাহৰ ব্যৱস্থা কৰি দিয়ক 😎

দৰিদ্ৰ অফিচাৰ, কৰ্মচাৰী সকলে চাহ খাৱলৈ নাপায় আৰু অফিচলৈ যোৱা ৰাইজক চাহ খোৱা পইচা খুজে 😕

Reality of Assam LP UP school, ব্ৰহ্ম পুৱাতে CRCC মহোদয়ে ,জিলা শিক্ষা বিভাগৰ অৰ্ডাৰ কেইটা  ফৰৱাৰ্ড কৰি দি কলে...ছাৰ, 'এক...
28/11/2025

Reality of Assam LP UP school,


ব্ৰহ্ম পুৱাতে CRCC মহোদয়ে ,জিলা শিক্ষা বিভাগৰ অৰ্ডাৰ কেইটা ফৰৱাৰ্ড কৰি দি কলে...
ছাৰ, 'এক্সেল ফৰমেটটো' ফিলাপ কৰি দিয়ক ।
'ম'ষ্ট আৰ্জেণ্ট...'

এই যে আৰম্ভণি হ'ল, দিনটোলৈ ফোন হাতত তুলি লওঁক।

তাৰ পিছত ক্ৰমান্বয়ে,
ছাৰ, দিনটোৰ উপস্থিতি দিয়ক......

ছাৰ, PM Sree ত আপোনাৰ স্কুলখন ৰেজিষ্টাৰ কৰক......

ছাৰ, বায়' ডাইভাৰচিটিৰ পেজটো খুলি আমুক কামটো কৰক.....

ছাৰ, স্কুলত হাগা লেট্ৰিন কেইটা আছে হিচাপ দিয়ক.....

ছাৰ, স্কুলত মুতা ঘৰ কেইটা আছে হিচাপ দিয়ক...

ছাৰ, চাউল কিমান আছে কওঁক...

ছাৰ, 'মিড ডে মিলৰ' হিচাপ দিয়ক...

ছাৰ, লাচিত দিৱসৰ ৰচনা লিখক...

ছাৰ ,লাচিত দিৱসৰ ২০০০ টকাটো ক'ত খৰচ কৰিলে হিচাপ দিয়ক.....ইত্যাদি, ইত্যাদি।

সেইফালে বিদ্যালয়ৰ পৰা ঘূৰি আহি কিবাকৈ বিচনাখনত পৰোহে ,এইফালে পৰ্টেলত বাজিছে...

"এই মূহুৰ্তত বিগ ব্ৰেকিং....."
শিক্ষামন্ত্ৰীৰ বৃহৎ ঘোষণা।
শিক্ষকক 'নাকী' লগাবলৈ শিক্ষামন্ত্ৰীয়ে মুকলি কৰিলে তিনিটা 'এপচ্'।

ক্ৰমশ:......!

চৰকাৰে শিক্ষকসকলক শিক্ষাদানক বাদে সকলো কামতেই খটুৱায় । পিছত আকৌ শিক্ষকসকলেই কামচোৰ বুলি কয়

Global Gyan in Assamese

১ বছৰ পৰ্যন্ত জে'লতে থাকিব লাগিব ভিক্টৰ দাস...!
26/11/2025

১ বছৰ পৰ্যন্ত জে'লতে থাকিব লাগিব ভিক্টৰ দাস...!

এইজন হৈছে দুই সন্তানৰ পিতৃ। নিজৰ পত্নী আৰু লৰা ছোৱালী থকাৰ পিছতো ৫৫ বছৰীয়া যুৱক জনে আইনী বিবাহ কৰালে ১৬বছৰীয়া যুৱতীক। ...
22/11/2025

এইজন হৈছে দুই সন্তানৰ পিতৃ। নিজৰ পত্নী আৰু লৰা ছোৱালী থকাৰ পিছতো ৫৫ বছৰীয়া যুৱক জনে আইনী বিবাহ কৰালে ১৬বছৰীয়া যুৱতীক। কিছু দিন আগতে এইজন ব্যক্তি আৰু যুৱতীৰ গৰাকীৰ এটি যৌন কাৰ্য্যৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল...

বাবু আঁচনি...
22/11/2025

বাবু আঁচনি...

Congratulations....
21/11/2025

Congratulations....

Update on HS and HSLC
19/11/2025

Update on HS and HSLC

Address

Guwahati

Alerts

Be the first to know and let us send you an email when জীবনৰ ইটো সিটো posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share