Khatang Sangbad

Khatang Sangbad Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khatang Sangbad, News & Media Website, House No-21/Basisthapur, Bye Lane-4/Wireless, Beltola, Guwahati.
(8)

Please help…
10/09/2026

Please help…

সাজু হওক…
10/09/2026

সাজু হওক…

কি হ'ব!
10/09/2026

কি হ'ব!

ঔম শান্তি...
09/09/2026

ঔম শান্তি...

চৰ্চাত ছুগাৰ ডেড্ডী (Sugar Daddy)...কি এই ছুগাৰ ডেড্ডী?হঠাত চৰ্চাত Sugar Daddy প্ৰসংগ। বিগত তিনিটামান দিন অসমৰ সংবাদ মাধ...
09/09/2026

চৰ্চাত ছুগাৰ ডেড্ডী (Sugar Daddy)...
কি এই ছুগাৰ ডেড্ডী?
হঠাত চৰ্চাত Sugar Daddy প্ৰসংগ। বিগত তিনিটামান দিন অসমৰ সংবাদ মাধ্যম-সামাজিক মাধ্যক,সকলোতে কেৱল Sugar Daddyৰ প্ৰসংগ। কোনোবাই যদি Sugar Daddyক লৈ টিপ্পনী কৰিছে, আন কোনোবাই আকৌ ছিৰিয়াছ আলোচনা কৰিছে। কোনোবাই আমোদ পাইছে,কোনোবাই অসন্তুষ্টি প্ৰকাশ কৰিছে। মুঠতে চৰ্চাৰ তুংগত Sugar Daddy। নিজ পত্নীৰ মুৰটো কাটি ফ্ৰীজত ভৰাই থৈ, পত্নীৰ মুণ্ডহীন দেহটোৰ কাষতে বহি দুটাকৈ দিন পাৰ কৰা,স্বাভাবিক ভাবেই ভাত ৰান্ধি খোৱা ৰামানুজ বোলা অমানুহটোৱে আৰক্ষীৰ জিম্মাৰ পৰাই সংবাদ মাধ্যমক কৈ দিলে, তাইৰ এটা ছুগাৰ ডেড্ডী আছে, জেইলৰ পৰা আহি মই তাকো হত্যা কৰিম। ৰামানুজৰ এই ভাষ্যৰ পিচতেই এতিয়া চৰ্চাত ছুগাৰ ডেড্ডী।
এই Sugar Daddy ধাৰণাতো আমাৰ অসম মুলুকৰ বাবে নতুন(সকলোৰে বাবে নহয়) যদিও ই পুৰণি কায়দা।
বিংশ শতিকাৰ আৰম্ভণিতেই আমেৰিকা যুক্তৰাষ্ট্ৰত Sugar Daddy কায়দাটোৰ প্ৰচলন আৰম্ভ হৈছিল। আমেৰিকাৰ ধনী ব্যৱসায়ী,Celebrity আৰু সমাজৰ উচ্চবৰ্গৰ মাজত আৰম্ভ হৈছিল এই Sugar Daddy পৰম্পৰা।
কি এই Sugar Daddy?
Sugar Daddy বুলিলে সাধাৰণতে এনে এজন পুৰুষক বুজোৱা হয়, যিজন...বয়স্ক-আৰ্থিকভাবে যথেষ্ট স্বচ্ছল-যিজনে তুলনামূলকভাবে নিজতকৈ যথেষ্ট সৰু কম বয়সীয়া যুৱতী নাৰীক টকা পইছা, উপহাৰ, সম্পত্তি আদি দি সেই যুৱতী-নাৰীৰ সৈতে ঘনিষ্ঠ /ৰোমান্টিক আৰু যৌন সম্পৰ্কত থাকে। শুনিবলৈ বেযা যদিও Sugar Daddy এ মূলতঃ যৌন সম্পৰ্কৰ বাবেই ইনভেষ্ট কৰে। Sugar Daddy ৰ সৈতে সম্পৰ্কত থকা যুৱতী নাৰীয়েও নিজকে সুৰক্ষিত অনুভৱ কৰে কাৰণ Sugar Daddy এ নিজৰ এই সম্পৰ্কৰ কথা কেতিয়াও ৰাজহুৱা নকৰে। Sugar Daddy আৰু তেওঁৰ পাৰ্টনাৰৰ মাজত এটা Mutual Arrangement থাকে—সেয়া হৈছে..
📌Sugar Daddy-য়ে আৰ্থিক সহায় বা উপহাৰ দিয়ে।
📌আন পক্ষই সংগ, সময়, ৰোমান্টিক সম্পৰ্ক বা Companionship দিয়ে।
📌কিছুমান সম্পৰ্ক কেৱল Companionship-ত সীমাবদ্ধ থাকে, আন কিছুমানত Intimate Relationship-ও থাকিব পাৰে।
📌সকলো ক্ষেত্ৰতে দুয়োপক্ষৰ সন্মতি আৰু প্ৰাপ্তবয়স্ক হোৱাটো জৰুৰী।
আমেৰিকাৰ দৰে ধনী ৰাষ্ট্ৰত বিংশ শতিকাৰ আৰম্ভণিতে প্ৰচলন হোৱা এই Sugar Daddy এতিয়া অসমৰো চৰ্চাৰ বিষয়। লাহে লাহে Sugar Daddy কায়দাতো অধিক জনপ্ৰিয় হৈ আহিছে। কিয়নো....গৰিষ্ঠ সংখ্য লোকৰেই পাৰিবাৰিক অশান্তি,সময়ৰ অভাৱ, নতুনত্বৰ সোৱাদৰ প্ৰয়োজনীয়তা আদি বৃদ্ধি পাইছে। যিমান যি হ'লেও সেয়া পুৰুষেই হওক বা মহিলাই হওক, যৌনসুখৰ প্ৰয়োজনীয়তাৰ সীমা নাই। মুখ ফুটাই নকলেও সেয়া সকলোৱেই বিচাৰে। ভোগ সৰ্বস্ব পৃথিৱীত বহু পুৰুষেই নিজৰ উচ্চাকাংক্ষী প্ৰিয় নাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। ইয়াৰেই সুযোগ লৈছে ছুগাৰ ডেড্ডীয়ে। একেদৰে কম বয়সীয়া যুৱতীয়েও বয়ফ্ৰেণ্ডটোৰ সমান্তৰালকৈ ছুগাৰ ডেড্ডী এজনৰ সৈতে সম্পৰ্ক ৰাখি ভাল পায়।কাৰণ ছুগাৰ ডেড্ডীয়ে তাইৰ বিলাসীতা পূৰণ কৰাৰ সমান্তৰালকৈ বহু সম সময়ত এই ছুগাৰ ডেড্ডী কেৱল কথাৰ মানুহহে হয়। বয়সৰ বাবেই কেৱল কথা কৈয়েই সময় পাৰ কৰে। যিটো যুৱতী গৰাকীয়ে ছেভ বুলি ভাবে।

কিম্মান মৰম জুবিনলৈ...Khatang Sangbad Zubeen Garg
09/09/2026

কিম্মান মৰম জুবিনলৈ...
Khatang Sangbad Zubeen Garg

আজিও নহ’ল…Khatang Sangbad
09/09/2026

আজিও নহ’ল…
Khatang Sangbad

কথাতো হয় নে?
04/09/2026

কথাতো হয় নে?

জনাবচোন...
04/09/2026

জনাবচোন...

03/09/2026

🛑হিমন্ত বিশ্ব শৰ্মাৰ সপোনক এসময়ত একাংশই উপহাস কৰিছিল
🛑আজি সেইসকলৰ মুখত ছাঁই সানি উন্নয়নৰ সেই সপোন পূৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে
🛑অসমৰ উন্নয়নে আজি আকাশ চোৱাৰ প্ৰয়াস কৰিছে
এটা সময়ত এনে উন্নয়নৰ কথা অসমৰ মানুহে সপোনতো ভবা নাছিল
🛑প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শিতাৰ বাবেই এয়া সম্ভৱ হৈছে
🛑আৰু কি কি কৰিছে মুখ্যমন্ত্ৰীয়ে
🛑বাজপেয়ী ভৱনত সংবাদমেল পাতি এটা এটাকৈ ক'লে মুখপাত্ৰ কমল কুমাৰ মেধিয়ে
Khatang Sangbad BJP Assam Pradesh CMO Assam Himanta Biswa Sarma Kamal Kumar Medhi

Address

House No-21/Basisthapur, Bye Lane-4/Wireless, Beltola
Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when Khatang Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share