NEWZ অসম. 18

NEWZ অসম. 18 পক্ষপাতিত্ব নহয়, প্রকৃত খবৰ....

10/08/2025

দক্ষিণ কামৰূপৰ সোণতলীৰ সৰু আৰিকাটিত ভয়ংকৰ ঘটনা।

বিধৱা মহিলা লাল ভানুৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড।

10/08/2025

দক্ষিণ কামৰূপৰ জোৰশিমুলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত চলে এই অভিযান।

10/08/2025

মিঞা খেদা আন্দোলন আমি সমৰ্থন কৰা নাই, বিদেশী খেদা আন্দোলন হে আমি সমৰ্থন কৰিছো'৷

09/08/2025

দক্ষিণ কামৰূপৰ সোণতলীত মাহতলী প্ৰিমিয়াৰ লীগ চমুকৈ MPL ৰ শুভ উদ্বোধন।

09/08/2025

নামনি অসমত চিৰিয়াখানাৰ বান্দৰ আহিলেও ২০০০ মানুহ গোট খায়।

অখিল গগৈৰ অংগি ভংগী চাবলৈ ২০০০ হাজাৰ মানুহ গোটখোৱাটো তেনেই স্বাভাৱিক।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ কামৰূপ জিলাৰ জিলা সমন্বয়ক হিচাপে নিযুক্তি আমিনুল ইছলাম বুলবুল...
09/08/2025

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ কামৰূপ জিলাৰ জিলা সমন্বয়ক হিচাপে নিযুক্তি আমিনুল ইছলাম বুলবুলক।

08/08/2025

সাৱধান!আপুনি ৰাজপথত গাড়ী লৈ ওলালে ড্ৰাইভিং লাইঞ্চেচ সহ বৈধ নথি-পত্ৰ লগত লৈ হে আহিব,নহ'লে হ'ব পাৰে বিপদ।

07/08/2025

দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইতীত এছ ডি আৰ এফৰ ১৫ ঘন্টীয়া সফল অভিযান।

07/08/2025

দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইতীত এছ ডি আৰ এফৰ ১৫ ঘন্টীয়া সফল অভিযান।

শোকাকুল পৰিৱেশৰ মাজতে উদ্ধাৰ হ'ল কণমানি আমিনা খাতুনৰ (৫) মৃতদেহ।

06/08/2025

দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইতীত অঘটন।

গা ধুই থাকোঁতে ব্ৰহ্মপুত্ৰ বাঢ়নি পানীত উঠি গ'ল এটি শিশু।

দুপৰীয়া ১ বজাত সমনীয়াৰ সৈতে গা ধুই থাকোঁতে ব্ৰহ্মপুত্ৰ তীব্ৰ সোঁতত উঠি যায় শিশুটি।

06/08/2025

সাংবাদিকে প্ৰশ্ন কৰিলেই খং উঠে অখিল গগৈৰ।

খিলঞ্জীয়াক বন্দুক দিয়া প্ৰসংগৰ কথা সোধাত খং উঠিল অখিল গগৈৰ।

হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ সংবাদ মাধ্যমক টাৰ্গেট কৰি ললে অখিল গগৈয়ে।

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when NEWZ অসম. 18 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share