Tribune Barta

Tribune Barta news

13/12/2025

অসমৰ ৰাজনীতিত ডাঙৰ খৱব।
অসম গণ পৰিষদৰ ২০২৬ ত কোন কোন সমষ্টিত প্ৰাৰ্থী থাকিব!
১/ অভায়পুৰী
২/ বঙাইগাওঁ
৩/ ভৱানীপুৰ-সৰভোগ
৪/ বৰপেটা
৫/ নলৱাৰী সদৰ
৬/ পলাশৱাৰী
৭/ গুৱাহাটী চেণ্ট্ৰেল
৮/ ডিমৰীয়া
৯/ ৰহা
১০/ বঢ়মপুৰ
১১/ বিন্দাকান্দী
১২/ কলিয়াবৰ
১৩/ বোকাখাত
১৪/ দেৰগাওঁ
১৫/ টীয়ক
১৬/ শিৱসাগৰ সদৰ
১৭/ চাবুলা-লাহোৱাল
১৮/ খোৱাং
১৯/ ডুলিয়াজান
২০/ ৰঙানদী
২২/ গহপুৰ
২৩/ বিশ্বনাথ
২৪/ তেজপুৰ
২৫/ পূৱ গোৱালপাৰা।

11/01/2025
11/01/2025

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য।


09/01/2025

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্য্যলয়ৰ সন্মুখত প্ৰতিবাদ
জলমিত্ৰ সকলৰ চাকৰি স্থায়ীকৰণৰ দাবীত প্ৰতিবাদ

09/01/2025

‘প্ৰতিখন পঞ্চায়ত নিজৰ দখলত ৰখাৰ ৰণকৌশল প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে বিজেপিয়ে’



09/01/2025

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে


06/01/2025

কণ্ঠশিল্পী গীতা ভৰদ্বাজয়ে শ্বেয়াৰ কৰিলে কন্যা 'তুমছে মিলকৰ'ৰ সৈতে সুন্দৰ ভিডিঅ'



06/01/2025

"অসমীয়া ল'ৰাই বৰ চিঞৰে৷ চিঞৰিবই লাগিব"
আমি Tiger" “আমি সংগ্ৰাম কৰিম


04/01/2025

NRCত আবেদন নকৰিলে অসমত নাপাব আধাৰ কাৰ্ড।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।




01/01/2025

চৰকাৰী কৰ্মচাৰীয়ে প্ৰাকৃতিক কাৰণত মৃত্যু হ'লে পাব ১০ লাখ টকা। পথ দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালে পাব ১ কোটি


Address

Ganeshguri
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Tribune Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share