J.B News Assam 24x7

J.B News Assam 24x7 news media website

08/10/2025
মুখ্যমন্ত্ৰী এজনৰ লগত যিকোনো ব্যক্তিৰ লগত ফটো থাকিব পাৰে।।। সেইবুলি  কিন্তু বুন্দা-ভুজীয়াৰ সম্পৰ্ক নুবুজায় ।      বাকী ...
07/10/2025

মুখ্যমন্ত্ৰী এজনৰ লগত যিকোনো ব্যক্তিৰ লগত ফটো থাকিব পাৰে।।। সেইবুলি কিন্তু বুন্দা-ভুজীয়াৰ সম্পৰ্ক নুবুজায় ।
বাকী ৰাইজে মতামত আগবঢ়াব

২৬ ৰ নিৰ্বাচনত ভোট দি জয়ী কৰালে সুলভ মূল্যত লাভ কৰিব মিঠাতেল
07/10/2025

২৬ ৰ নিৰ্বাচনত ভোট দি জয়ী কৰালে সুলভ মূল্যত লাভ কৰিব মিঠাতেল

07/10/2025

JB News Assam

জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত দুটা গ্রুপ ঠিয় হৈছে এটা হৈছে জুবিন গাৰ্গৰ অনুৰাগী আনটো হৈছে এই সুযোগতে বিজেপিক হৰুৱাব পাৰ...
06/10/2025

জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত দুটা গ্রুপ ঠিয় হৈছে এটা হৈছে জুবিন গাৰ্গৰ অনুৰাগী আনটো হৈছে এই সুযোগতে বিজেপিক হৰুৱাব পাৰি নেকি সেইটো কৰা এওঁলোকে জীৱনত জুবিন গাৰ্গৰ গান শুনাই নাই এওঁলোকৰ তালৈ বাংলাদেশৰ singer আনে গান গাবলৈ

অসমবাসীয়ে জানিব বিচাৰে যে ছিংগাপুৰত জুবিন দাৰ মৃত্যুৰ পাছতো নর্থ-ইষ্ট ফেষ্টিভেল কেনেকৈ চলি আছিল?মুখ্যমন্ত্ৰী ডাঙৰীয়াই অয...
06/10/2025

অসমবাসীয়ে জানিব বিচাৰে যে ছিংগাপুৰত জুবিন দাৰ মৃত্যুৰ পাছতো নর্থ-ইষ্ট ফেষ্টিভেল কেনেকৈ চলি আছিল?

মুখ্যমন্ত্ৰী ডাঙৰীয়াই অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক, অন্যথা আপুনি ২০২৬ৰ পূৰ্বেই আপোনাৰ প্ৰিয় চকীখন হেৰুৱাব লাগিব।

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সন্দর্ভত SIT-এ বিপজ্জনক প্রতিবেদন দিছে। শীঘ্নে এই প্রতিবেদনৰ কথা সাংবাদিকৰ আগত ৰাজহুৱা কৰিমসং...
06/10/2025

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সন্দর্ভত SIT-এ বিপজ্জনক প্রতিবেদন দিছে। শীঘ্নে এই প্রতিবেদনৰ কথা সাংবাদিকৰ আগত ৰাজহুৱা কৰিম

সংবাদমেলত মুখ্যমন্ত্রী

04/10/2025

নাওখেলত অংশগ্ৰহণ কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা কলহী নৈত ৰাজ্যিক ভিত্তিক নাওখেল প্ৰতিযোগিতা।
চাম্পুপাৰা যুৱ সংঘৰ সৌজন্যত ৰাজ্যিক ভিত্তিক অনুষ্ঠিত হয় নাওখেল প্ৰতিযোগিতা।

01/10/2025

এনেকুৱা হামিং দিয়া দ্বিতীয় আৰু নাই।।।
যাৰ তুলনা কাকো কৰিব নোৱাৰি ।।।
এনেই Google এ নাম দিয়া নাই The Humming King Of world বুলি।

দিল্লী-হাৰিয়ানা সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধার্থ শর্মাক।সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ ম'বাইল ফোনটো।Jbnews...
01/10/2025

দিল্লী-হাৰিয়ানা সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধার্থ শর্মাক।
সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ ম'বাইল ফোনটো।
Jbnewsassam24x7

BREAKING১৪ দিনৰ আৰক্ষী জিম্মালৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা
01/10/2025

BREAKING
১৪ দিনৰ আৰক্ষী জিম্মালৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা

Address

Guwahati

Alerts

Be the first to know and let us send you an email when J.B News Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to J.B News Assam 24x7:

Share