Dr.Fahmi

Directions

Dr.Fahmi Dr.A Fahmi
Ayurveda Consultant
(Former Researcher, Ministry of Ayush)
Ex Consultant at Jiva Ayurveda,Faridabad

Book your Consultation:9108160806 (whatsapp)

যৌন সমস্যাৰ কথা কাকো ক’ব নোৱাৰেনে?বহু পুৰুষ-মহিলাই Sexual Health-ৰ সমস্যাত ভুগি থাকে—কিন্তু লাজ, ভয় বা সংকোচৰ বাবে কাকো ...
28/09/2026

যৌন সমস্যাৰ কথা কাকো ক’ব নোৱাৰেনে?

বহু পুৰুষ-মহিলাই Sexual Health-ৰ সমস্যাত ভুগি থাকে—
কিন্তু লাজ, ভয় বা সংকোচৰ বাবে কাকো ক’ব নোৱাৰে।

যেনে—
• যৌন ইচ্ছা কমি যোৱা
• Erectile সমস্যা
• Premature ej*******on
• যৌন সম্পৰ্কৰ সময়ত ভয় বা anxiety
• যৌন সম্পৰ্কত বিষ বা অস্বস্তি
• Orgasm-related সমস্যা
• Sexual confidence কমি যোৱা
• দাম্পত্য জীৱনত ইয়াৰ প্ৰভাৱ পৰা

👉 এইবোৰ সমস্যা লুকুৱাই ৰখাৰ প্ৰয়োজন নাই।

আপুনি যোগ্য চিকিৎসকৰ সৈতে সম্পূৰ্ণ গোপনীয়তাৰে কথা পাতিব পাৰে। সমস্যাৰ কাৰণ বুজি চিকিৎসকে প্ৰয়োজন অনুসৰি—

✅ Counselling
✅ Lifestyle guidance
✅ Behavioural techniques
✅ প্রয়োজনীয় চিকিৎসা/ঔষধ
—আদি বিষয়ে পৰামৰ্শ দিব পাৰে।

💚 আপোনাৰ সমস্যা সৰু নহয়, আৰু সহায় বিচৰাটো লাজৰ কথা নহয়।

📲 Confidential Consultation

আপোনাৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ WhatsApp-ত “SEXUAL HEALTH” লিখি মেছেজ কৰক।
WhatsApp No :9108160806

🔒 আপোনাৰ privacy আৰু confidentiality-ৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়া হ’ব।

কম consultation fee-ত qualified doctor consultation উপলব্ধ।

👉 আজিয়েই মেছেজ কৰক আৰু প্ৰথম পদক্ষেপটো লওক।

জীৱন কঠিন হোৱাৰ আগতেইনিজৰ বাবে সময় উলিয়াওক।
23/09/2026

জীৱন কঠিন হোৱাৰ আগতেই
নিজৰ বাবে সময় উলিয়াওক।

Ayurveda Day
23/09/2026

Ayurveda Day

সদায়েই মনত থাকিব তোমাক৷❤️‍🩹❤️‍🩹
19/09/2026

সদায়েই মনত থাকিব তোমাক৷❤️‍🩹❤️‍🩹

ক’ভিডৰ সময়ত
17/09/2026

ক’ভিডৰ সময়ত

সুস্থ হৈ থাকিবলৈ ডাঙৰ সিদ্ধান্তৰ প্ৰয়োজন নাই, সৰু সৰু অভ্যাসৰ প্ৰয়োজন।
16/09/2026

সুস্থ হৈ থাকিবলৈ ডাঙৰ সিদ্ধান্তৰ প্ৰয়োজন নাই, সৰু সৰু অভ্যাসৰ প্ৰয়োজন।

“নিজৰ সৈতে আৰু আনৰ সৈতে একেবাৰে সঁচা কথা ক’বলৈ সাহস কৰক।আপুনি যি অনুভৱ কৰে, সেয়া প্ৰকাশ কৰক—মনতে সকলো কথা চেপি ৰাখি থকা...
12/09/2026

“নিজৰ সৈতে আৰু আনৰ সৈতে একেবাৰে সঁচা কথা ক’বলৈ সাহস কৰক।
আপুনি যি অনুভৱ কৰে, সেয়া প্ৰকাশ কৰক—
মনতে সকলো কথা চেপি ৰাখি থকাৰ আগতেই!
প্ৰয়োজন হ’লে অলপ কঠোৰ হ’বলৈও কুণ্ঠাবোধ নকৰিব।”

Address

Jalukbari (near Railway Bridge) Lokhra Highway
Guwahati
781013

Website

Alerts

Be the first to know and let us send you an email when Dr.Fahmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share