Sangbad Prahari

Sangbad Prahari Sangbad Prahari is the first and leading Digital News Media (Web Portal/Web Media) of Assam, India
(3)

Sangbad Prahari is the first and leading Assamese Digital News Media (Web Portal/Web Media) of Assam, North-East India and maintain by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A Unit of SAVE)
Sangbad Prahari ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Sa

ngbad Prahari works with an objective to create a fine mix of investigative journalism with technological innovations to enhance social awareness. Our program mix cuts across all age groups and all sections of society. We cater to the reaching out to the people with coverage in true sense of journalism.

31/08/2025

বিজেপি দল আৰু অসম মন্ত্ৰীসভাৰ পৰা অশোক সিংহলক বৰ্খাস্ত কৰাৰ দাবী অখিল গগৈৰ

আজিৰ ৰাশিফল : কেনে যাবা আপোনাৰ আজিৰ দিনটোআজি সোমবাৰ, ৩১ আগষ্ট, ১৪ ভাদ, ৭ ৰবি আউ । শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৭,খ্রী...
30/08/2025

আজিৰ ৰাশিফল : কেনে যাবা আপোনাৰ আজিৰ দিনটো
আজি সোমবাৰ, ৩১ আগষ্ট, ১৪ ভাদ, ৭ ৰবি আউ । শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৭,খ্রীষ্টাব্দ ২০২৫।

আজি সোমবাৰ, ৩১ আগষ্ট, ১৪ ভাদ, ৭ ৰবি আউ । শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৭,খ্রীষ্টাব্দ ২০২৫।

30/08/2025

জাতীয় স্বাভিমানৰ প্ৰতীক হেংদাঙৰ কথা কৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নী লুৰিণজ্যোতি গগৈৰ

30/08/2025

কলিয়াবৰত মিঞা তিৰোতাই মূৰত সেন্দুৰ লৈ হিন্দু সজা বাতৰি গোকাট মিছা বুলি সামাজিক মাধ্য মত শ্বাহ নবাজে মন্তব্য কৰে।ৰাজ্যনৰ এখন সেটেলাইট নিউজ চেনেলক হালধীয়া সাংবাদিকতাত অভ্যিস্ত বুলি তেওঁ সমালোচনা কৰে।প্ৰসংগক্ৰমে তেওঁ ব্যং গাত্মক ভাবে চেনেলটোক ''ফিউজ লাইভ" বুলি সম্বোধন কৰে।

ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ অনা হ'ব  বৃন্দাবনী বস্ত্ৰ I২০২৭ ত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্...
30/08/2025

ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ I২০২৭ ত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ।বৃন্দাবনী বস্ত্ৰখন ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ'ব অত্যাধুনিক সংগ্ৰহালয়।ব্ৰিটিছ সংগ্ৰহালয়ৰ বিষয়ববীয়াসকল যদিহে খানাপাৰাৰ সংগ্ৰহালয়ক উপযুক্ত বিবেচনা কৰে তেন্তে অসমলৈ বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে পঠাব--সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা I

30/08/2025

তামুলপুৰত প্ৰতিবাদী কাৰ্যসূচী, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।অভিষেক দাসৰ হত্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ।

30/08/2025

গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে। সংসদৰ পিছত খানাপাৰাৰ ৰাজহুৱা সভাতো গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰাৰ পিছতো মৌন গৌৰৱ গগৈ। যদি গৌৰৱ গগৈৰ পাকিস্তানৰে কোনো সম্পৰ্ক নাই, তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।

30/08/2025

চৰাইদেউত আয়োজিত জিলাভিত্তিক বিএলএ ৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্য্ চৰকাৰৰ আৰ্মছ বিতৰণ নীতিক সমালোচনা কৰে।

30/08/2025

ভোট চুৰিৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে কাছাৰত ABVP ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন NSUIৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কাছাৰ জিলাৰ NSUI নেতা চন্দন মজুমদাৰ।সতীৰ্থ চন্দনৰ মনোবল বৃদ্ধিৰ লগতে আশু আৰোগ্য কামনাৰে ফোনযোগে বাৰ্তালাপ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ।

29/08/2025

আগতে বেংক একাউণ্ট গৰম, তাৰ পিছত বিয়া

আৰ্শ্বাদ মাদানীৰ হুংকাৰ....
29/08/2025

আৰ্শ্বাদ মাদানীৰ হুংকাৰ....

29/08/2025

ৰাহুল গান্ধী আৰু মাদানীৰ সাহস আছে যদি এবাৰ মাত্ৰ অসমীয়াৰ লগত যুঁজি চাওক"I ‘চিনাকীক মাটি দি অচিনাকিৰ পৰা কাঢ়ি ল’ম মাটি।’ গৃহ মন্ত্ৰীৰ সন্মুখতে মাদানী আৰু ৰাহুল গান্ধীক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Address

RST Complex, Hatigaon-Bhetapara Road, Hatigaon
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Sangbad Prahari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad Prahari:

Share

বিষয় এক, প্ৰশ্ন অনেক...

Saiyad Bulbul Jamanur Hoque

Contact : +919435983235