আছুৰ সংবাদ

আছুৰ সংবাদ Media and news

24/10/2025

প্ৰাণৰ শিল্পী গৰাকীক লৈ ৰাজনীতি নচলিব।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ...
23/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শ্বহীদ ন্যাসৰ পৰা 'ন্যায় সমদল' কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

23/10/2025
স্পষ্ট কথা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব।
12/10/2025

স্পষ্ট কথা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব।

07/10/2025

সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটো বিশাল মহাসাগৰৰ দৰে! তাত কোনোবাই এটা শিল গুটিৰে ধৌৰ সৃষ্টি কৰিম বুলি ভৱাটো ভুল ধাৰণা।

ঐশ্বৰ্য আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ দিনটোত অসমৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা তথা সেৱা জনাইছো।...
06/10/2025

ঐশ্বৰ্য আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ দিনটোত অসমৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা তথা সেৱা জনাইছো।

ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তি ঐশ্বৰ্যশালী হ‌ওক! অসমখন অধিক সম্পদশালী হওক!জনসাধাৰণৰ সুখ-শান্তি হ‌ওক তাৰ বাবে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

অভিযুক্ত সকলক সোনকালে কৰায়ত্ব কৰক!
27/09/2025

অভিযুক্ত সকলক সোনকালে কৰায়ত্ব কৰক!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত 'মমশিখা' সমদল‌ কাৰ্যসূচী।
27/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত 'মমশিখা' সমদল‌ কাৰ্যসূচী।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when আছুৰ সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category