HOWLY TIME

HOWLY TIME Leading the way...

31/01/2025

‘আৰু কিমান ছাম আমি?

‘আজি হয় তেওঁলোকক আৱদ্ধ কৰি ঠিকা কেনছেল কৰাৰ এশ্বুৰেঞ্চ ল'ম, আৰু নহলে ছব এৰেষ্ট ল'ম’

বিধায়ক শ্বেৰমান আলী আহমেদৰ বিস্ফোৰক মন্তব্য!

Sherman Ali Ahmed

31/01/2025

খঙত অগ্নিশৰ্মা বিধায়ক শ্বেৰমান আলী আহমেদ, আৱদ্ধ কৰি ৰাখিলে ৩ চৰকাৰী বিষয়াক।
Sherman Ali Ahmed

এতিয়াৰে পৰা চৰকাৰী চিকিৎসায়লত ঔষধ নাপালেই দিব পাৰিব অভিযোগ
31/01/2025

এতিয়াৰে পৰা চৰকাৰী চিকিৎসায়লত ঔষধ নাপালেই দিব পাৰিব অভিযোগ

30/01/2025

৯ মাহত পবিত্ৰ কোৰান শ্বৰীফ মুখস্থ কৰি ৰেকৰ্ড গঢ়িলে হাউলীৰ ৰুহুল আমিনে।

হাউলীৰ গলিয়াৰ দাৰুল কোৰআন হাফিজীয়া একাডেমীৰ ১৩ বছৰীয়া ছাত্ৰ ৰুহুল আমিন।

28/01/2025

হাউলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য।

বৰপেটাৰ বাবে ভাল খবৰ
25/01/2025

বৰপেটাৰ বাবে ভাল খবৰ

25/01/2025

কাইলৈ সমগ্ৰ দেশ বাসীয়ে পালন কৰিব ৭৬ সংস্যক গণৰাজ্য দিৱস।

দেশৰ লগতে গণৰাজ্য দিৱস পালনৰ বাবে ইতিমধ্যে
সাজু হৈছে সকলো জিলা প্ৰশাসনৰ লগতে ৰাজ্য বসীয়ে।

ৰাজ্যৰ কেইবাটাও জিলাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন আৰ্হিৰে প্ৰস্তুত কৰা প্ৰতীক পট।

তাৰ বাবে হাউলীৰ কদমগুৰিৰ হেলপিং হেণ্ডছ নামৰ এটি বেচৰকাৰী সংস্থাই কেইবাটাও আৰ্হিৰে প্ৰস্তুত কৰি তুলিছে এই প্ৰতীক পট সমূহ ।

24/01/2025

বৰপেটাৰ দত্তকুছি কাজিৰমিলত নতুনকৈ মুকলি হ'ল মাহিন্দ্ৰাৰ শ্ব'ৰুম।

শ্ব'ৰুমখনত মহিন্দ্ৰা কোম্পানীৰ সকলো বাহন উপলব্দ হোৱাৰ লগতে পোৱা যাব মহিন্দ্ৰাৰ বেটাৰী চালিত ই-ৰিক্সা।

নতুনকৈ মুকলি হোৱা শ্ব'ৰুমখনে আগবঢ়াইছে আকৰ্ষণীয় অফাৰ।

কাইলৈ বৰপেটাৰ দত্তকুছিত মুকলি হ'ব মহিন্দ্ৰাৰ নতুন শ্ব'ৰুম।
23/01/2025

কাইলৈ বৰপেটাৰ দত্তকুছিত মুকলি হ'ব মহিন্দ্ৰাৰ নতুন শ্ব'ৰুম।

আল্লু অৰ্জুনৰ ‘পুষ্পা-3’ৰ নায়িকা হ’ব কুম্ভ মেলাত মালা বিক্ৰী কৰি ভাইৰেল হোৱা মনালিছা।
22/01/2025

আল্লু অৰ্জুনৰ ‘পুষ্পা-3’ৰ নায়িকা হ’ব কুম্ভ মেলাত মালা বিক্ৰী কৰি ভাইৰেল হোৱা মনালিছা।

21/01/2025

হাউলীত বৃহৎ পৰিমাণৰ ড্ৰা*গছ জ*ব্দ ।

আৰক্ষীয়ে হাউলীৰ খন্দকাৰপাৰৰ পৰা অভি*যান চলাই জ*ব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰা*গছ।

21/01/2025

হাউলীৰ হাতিজানাত নিশা সংঘটিত হয় ভ*য়ং*কৰ অ*গ্নি*কা*ণ্ডৰ।

জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হ'ল এখন Swift বাহন লগতে এখন ঘৰ।

হাউলীৰ ছাবলাইম গ্ৰুপ অৱ স্কুলৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া দেৱান ছিৰাজ মুনিৰক গুজৰাটৰ পাৰুল বিশ্ববিদ্যা...
21/01/2025

হাউলীৰ ছাবলাইম গ্ৰুপ অৱ স্কুলৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া দেৱান ছিৰাজ মুনিৰক গুজৰাটৰ পাৰুল বিশ্ববিদ্যালয়ে প্ৰদান কৰিছে TRANSFORMATIVE LEADERSHIP AWARD 2024

অসম বিজেপি পৰৱৰ্তী সভাপতি দিলীপ শইকীয়া
16/01/2025

অসম বিজেপি পৰৱৰ্তী সভাপতি দিলীপ শইকীয়া

কাইলৈ এইচ এম ইয়ং ষ্টাৰ ক্লাৱৰ উদ্যোগত হাতীজানা মুন্সিপাৰাত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা।
12/01/2025

কাইলৈ এইচ এম ইয়ং ষ্টাৰ ক্লাৱৰ উদ্যোগত হাতীজানা মুন্সিপাৰাত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা।

23/12/2024

বাল্য বিবাহৰ বিৰূদ্ধে হাউলীত আৰক্ষীৰ অভিযান।

হাউলী থানাৰ আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ৭ জনক আ*টক কৰিছে।

20/12/2024

হাউলীত NSUI ৰ উত্তাল প্ৰতিবাদ,
NSUI ৰ বি এইচ কলেজ গোটৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদ।

12/12/2024

জুৱা খেলত জড়িত বুলি তথাকথিত এটা পৰ্টেল চেনেলত নিজৰ ফটো সন্নিবিষ্ট কৰি বাতৰি প্ৰকাশ কৰাক লৈ আমছু নেতা হুমায়ুন আলী আৰু এবনে ছাউদৰ সংবাদ মেল

Address

Barpeta
Guwahati

Telephone

+918761098256

Website

Alerts

Be the first to know and let us send you an email when HOWLY TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HOWLY TIME:

Share