MAYA T.V - Assam

Call Directions Contact the business

MAYA T.V - Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MAYA T.V - Assam, Digital creator, Gauhati.

মাথোঁ কিছু দিনৰ অপেক্ষা২২ জুন পৰা আৰম্ভ হ'ব অম্বুবাচী মেলাজয় মা কামাখ্যা 🙏🌺
20/06/2026

মাথোঁ কিছু দিনৰ অপেক্ষা
২২ জুন পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা
জয় মা কামাখ্যা 🙏🌺

🌟 WE ARE HIRING — GUWAHATI ONLY!We are expanding our team and looking for talented & dedicated individuals to join us!✨ ...
05/06/2026

🌟 WE ARE HIRING — GUWAHATI ONLY!
We are expanding our team and looking for talented & dedicated individuals to join us!
✨ Open Positions:
Accountant
📍 Location: Guwahati, Panjabari (Opp. Srimanta Sankardev Kalakhetra)
👉 Candidate must be from Guwahati
👉 Minimum one year experience
👉 Must be known tally
📩 How to Apply:
Send your Resume / CV on WhatsApp to: 8822992200
Come, be a part of our dynamic & growing team and make a difference

সকলোলৈ বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.... 🌱💚🌍       🌍    🌱💚🌍  🌱💚🌍  🌱💚🌍
05/06/2026

সকলোলৈ বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.... 🌱💚🌍

🌍 🌱💚🌍 🌱💚🌍 🌱💚🌍

মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰপৱিত্ৰ আৱিৰ্ভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্রণিপাত জনাইছোঁ।"মাধব মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হ...
01/06/2026

মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ
পৱিত্ৰ আৱিৰ্ভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্রণিপাত জনাইছোঁ।

"মাধব মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়ত।
নিৰস্তৰে মাধুদৰে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্যৰ্যত ॥"

ভাৰতৰ প্ৰথম গৰাকী প্রধানমন্ত্রী, ভাৰতৰত্নপণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ আজি মৃত্যুবার্ষিকীত তেখেতলৈ যাচিছো সশ্রদ্ধ প্রণিপাত। ...
27/05/2026

ভাৰতৰ প্ৰথম গৰাকী প্রধানমন্ত্রী, ভাৰতৰত্ন
পণ্ডিত জৱাহৰলাল নেহৰু
দেৱৰ আজি মৃত্যুবার্ষিকীত তেখেতলৈ যাচিছো সশ্রদ্ধ প্রণিপাত।

অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক মহাপুৰুষ শ্রীশ্রী হৰিদেৱ গুৰুজনাৰ আবির্ভাব তিথিত তেৰাৰ শ্রীচৰণত সশ্রদ্ধ প্রণিপাত জ...
16/05/2026

অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক মহাপুৰুষ শ্রীশ্রী হৰিদেৱ গুৰুজনাৰ আবির্ভাব তিথিত তেৰাৰ শ্রীচৰণত সশ্রদ্ধ প্রণিপাত জনাইছোঁ

19/04/2026
আজি অক্ষয় তৃতীয়াসকলোকে অক্ষয় তৃতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ।এই অক্ষয় তৃতীয়াই আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস...
19/04/2026

আজি অক্ষয় তৃতীয়া
সকলোকে অক্ষয় তৃতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
এই অক্ষয় তৃতীয়াই আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক
শুভ অক্ষয় তৃতীয়া

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো। আপোনাৰ জীৱন সুখ, শান্তি আৰু...
14/04/2026

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো। আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে পূৰ্ণ হঁওক।
Happy Bohag Bihu 2026

❤️ ❤️

এই পৱিত্ৰ হনুমান জয়ন্তীত প্ৰভুৰ কৃপাই আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰ কৰি নতুন সফলতাৰ দুৱাৰ মুকলি কৰক.. আপোনাৰ জীৱন মংগলময় হ...
02/04/2026

এই পৱিত্ৰ হনুমান জয়ন্তীত প্ৰভুৰ কৃপাই আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰ কৰি নতুন সফলতাৰ দুৱাৰ মুকলি কৰক..
আপোনাৰ জীৱন মংগলময় হৈ পৰক🙏
আপোনালোক সকলোকে হনুমান জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

🙏

Address

Guwahati
781037

Telephone

9864102986

Website

Alerts

Be the first to know and let us send you an email when MAYA T.V - Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MAYA T.V - Assam:

Shortcuts

Share