Prag News

Prag News Official page of PRAG NEWS - Northeast India's oldest and most trusted satellite news channel.

The First News Channel In North East that brings you the news, views and analysis from all corners of our North East, India 24/7...

17/07/2025

বিহাৰৰ ৰাজধানী পাটনাত শিহৰণকাৰী ঘটনা
হাস্পতালৰ বিছনাতে গুলীয়াই হত্যা গেংষ্টাৰক

17/07/2025

অসম ৰাজ্যিক আশা ইউনিয়নৰ সংবাদমেল সম্বোধন

17/07/2025

গেৰুৱা বসন পৰিধান দৃষ্টি ৰাজখোৱাৰ
বিজেপিৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান

17/07/2025

দেশৰ আকাশমাৰ্গত পুনৰ বিভীষিকা
মাজ আকাশতে ভয়ংকৰ পৰিস্থিতি

17/07/2025

▶️‘উচ্ছেদ’ক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতি ৰাজ্যত
▶️‘লেণ্ড জেহাদ’ৰ অভিযোগ তুলি আগ্ৰাসী ৰূপত মুখ্যমন্ত্ৰী
▶️গোৱালাপাৰাত আৰক্ষীৰ গুলীত এজন নিহত, উচ্ছেদিতই জ্বলালে স্কুল...
▶️‘অমানৱীয়’ উচ্ছেদৰ বিৰুদ্ধে দল-সংগঠনৰ বিক্ষোভ
▶️সাম্প্ৰতিক জ্বলন্ত বিষয়টোক লৈ আজি মুকলি আলোচনা
▶️সংঘমিত্ৰা বৰুৱাৰ সৈতে ‘প্ৰাগ বিশেষ’...

17/07/2025

চাংগুৰ বাবাৰ ধৰ্মান্তৰকৰণৰ জাল
মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ এই জাল

17/07/2025

হিমাচল প্ৰদেশত চৰম ট্ৰেজেডী
ৰাজ্যখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি

17/07/2025

ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে
ৰাহুল গান্ধীকো গ্ৰেপ্তাৰ কৰিব পাৰে বুলি হুংকাৰ

17/07/2025

পাইকানৰ হিংসাত্মক ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
কংগ্ৰেছৰ উচটনিত হিংসাত্মক ঘটনা হোৱাৰ অভিযোগ

17/07/2025

ভাৰতীয় বায়ুসেনাত চামিল হ’ব আপাচী হেলিকপ্টাৰ
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এটেক হেলিকপ্টাৰ আপাচী AH-64E

17/07/2025

PRIME AT NITE 3

17/07/2025


বিৰোধী দলৰ ‘বন্ধ’ত স্তব্ধ ওডিছা
ছাত্ৰীৰ আত্মহননক লৈ উত্তপ্ত ৰাজ্য

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when Prag News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prag News:

Share