Newz 24x7

Newz 24x7 সত্যৰ সন্ধানত

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান বন বিভাগৰবন বিষয়া কৃতি সুন্দৰ দৈমাৰীৰ নেতৃত্বত চলা অভিযানত ঔগুৰীত জব্দ এটা কাঠফলা মিল।
17/08/2026

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান বন বিভাগৰ
বন বিষয়া কৃতি সুন্দৰ দৈমাৰীৰ নেতৃত্বত চলা অভিযানত ঔগুৰীত জব্দ এটা কাঠফলা মিল।

10/08/2026

গোৰেশ্বৰত সদৌ বাথৌ মহাসভাৰ ১৪ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশন উপলক্ষে ই এণ্ড ডি চকত আদৰণি সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।
কাৰ্যালয় মুকলি কৰে বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে। ২০২৭বৰ্ষৰ
৪, ৫,৬ আৰু ৭ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হব এই অধিবেশন।

06/07/2026

গোৰেশ্বৰত কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সুখবৰ।
গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্ৰীষ্মকালীন কোচিং ক্লাছৰ আয়োজন।
তামুলপুৰ জিলা বিপিএফ কমিতি, গোৰেশ্বৰ ব্লক কমিতি BSU আৰু ইউথ বিপিএফৰ উদ্যোগত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ০৬ জুলাই আজিৰে পৰা বিনামূলীয়া গ্ৰীষ্মকালীন কোচিং ক্লাছৰ আৰম্ভণি কৰা হয়।

30/06/2026

গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।

গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ পৃষ্ঠপোষকতাত APSC ,UPSC ,ADRE আৰু অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে ৩টাকৈ বিনামূলীয়া কোচিং চেণ্টাৰৰ আয়োজন।

গোৰেশ্বৰত 'ৰয় জুৱেলাৰ্চ' নামৰ অলংকাৰৰ বিপনীত অ বিষাক্ত সাপ উদ্ধাৰ।বন বিভাগৰ লোকে তাৎক্ষণিকভাৱে আহি উদ্ধাৰ কৰে দুডালকৈ স...
12/06/2026

গোৰেশ্বৰত 'ৰয় জুৱেলাৰ্চ' নামৰ অলংকাৰৰ বিপনীত অ বিষাক্ত সাপ উদ্ধাৰ।
বন বিভাগৰ লোকে তাৎক্ষণিকভাৱে আহি উদ্ধাৰ কৰে দুডালকৈ সাপ।
পিছত সাপ দুডাল উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে

16/05/2026

গোৰেশ্বৰৰ অংকুৰণ শিশু নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা ।
গুণগত শিক্ষা প্ৰদানেৰে শৈক্ষিক মান উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা গোৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান অংকুৰণ শিশু নিকেতনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্দ্ধনা জনোৱা হয়।

15/05/2026

গোৰেশ্বৰৰ বৰফুকনখাতত ২৩ষংখ্যক বহাগী উৎসৱৰ সামৰণি।

বৰফুকনখাত নামঘৰ প্ৰাংগণত ১৩ আৰ১৪মেথ দুদিনীয়াকৈ অনুষ্ঠিত বহাগী উৎসৱৰ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰে নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে।

10/05/2026

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱা শিল্পী নিশামণি হালৈৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

গোৰেশ্বৰৰ নাওকাটা নিজঝাৰগাৱত ৰাইজৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয় দিনযোৰা কাৰ্যসূচীৰে।
বিহুৱতী , নাগাৰা নামৰ পাঠিকাৰ লগতে বিভিন্ন প্ৰতিভাৰ অধিকাৰী আছিল নিশামণি হালৈ।
শিল্পী গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে, নিশামণি হালৈৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ বাবেও আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে।

02/05/2026

ভয়ংকৰ দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গোৰেশ্বৰ ভোগপুৰৰ মজনুৰ আলী।
মজনুৰ আলী UPPL দলৰ বালাবাড়ী ভিচিডিচিৰ প্ৰাক্তন Vice Chairman।
উল্লেখ্য যে শুক্ৰবাৰে গোৰেশ্বৰৰ বটিয়ামাৰীত এক ভয়ংকৰ দূৰ্ঘটনাত পতিত হৈছিল মজনুৰ আলী।

Address

Goreswar
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Newz 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share