Prity Rupa das

Prity Rupa das Subscribe karibo

Good Morning Everyone ☀️🙏নতুন ৰাতিপুৱা, নতুন আশা, নতুন সপোন ✨🌿ভগৱানে সকলোকে ভালে ৰাখক ❤️আপোনালোকৰ ৰাতিপুৱা কেনে? জনাবচোন...
14/08/2026

Good Morning Everyone ☀️🙏

নতুন ৰাতিপুৱা, নতুন আশা, নতুন সপোন ✨🌿
ভগৱানে সকলোকে ভালে ৰাখক ❤️

আপোনালোকৰ ৰাতিপুৱা কেনে? জনাবচোন 👇🥰

শুভ সন্ধিয়া দিনটোৰ শেষত মা আৰু ছোৱালীৰ মৰমৰ সময় ❤️👶এই হাঁহিটোৱে সকলো ভাগৰ পাহৰাই দিয়ে 🥺✨ফটোখন কেনে লাগিল? এটা মৰম দিব...
13/08/2026

শুভ সন্ধিয়া
দিনটোৰ শেষত মা আৰু ছোৱালীৰ মৰমৰ সময় ❤️👶
এই হাঁহিটোৱে সকলো ভাগৰ পাহৰাই দিয়ে 🥺✨
ফটোখন কেনে লাগিল? এটা মৰম দিব
টকা-পইচা নহলেও মাৰ কোলাত যি সুখ আছে,
সেই সুখ পৃথিৱীৰ কতো নাই ❤️👶

evng

আজিৰ সাধাৰণ ভাত সাঁজ খনেই অসাধাৰণ 😋✨ভাত, মাছৰ জোল, ভাজি, সৰু মাছ ফ্ৰাই আৰু পিটিকা ❤️🐟5 Star হোটেলতকৈও ঘৰৰ এই সোৱাদেই শ্ৰ...
13/08/2026

আজিৰ সাধাৰণ ভাত সাঁজ খনেই অসাধাৰণ 😋✨
ভাত, মাছৰ জোল, ভাজি, সৰু মাছ ফ্ৰাই আৰু পিটিকা ❤️🐟

5 Star হোটেলতকৈও ঘৰৰ এই সোৱাদেই শ্ৰেষ্ঠ 🙏
কাৰ কাৰ এনেকুৱা থালি ভাল লাগে? 👇😍

Good Afternoon everyone 🥰☀️আজি নদীৰ পৰা ইমানখিনি তাজা মাছ পালোঁ 🐟💦নদীৰ মাছৰ সোৱাদেই বেলেগ হয় 🤤✨আপোনালোকে দুপৰীয়া কি খালে...
13/08/2026

Good Afternoon everyone 🥰☀️

আজি নদীৰ পৰা ইমানখিনি তাজা মাছ পালোঁ 🐟💦
নদীৰ মাছৰ সোৱাদেই বেলেগ হয় 🤤✨
আপোনালোকে দুপৰীয়া কি খালে? 😋👇

প্ৰকৃতিৰ মাজত মনটো বৰ শান্ত লাগে 🌳🍃গাঁৱৰ এই সৰু বাটটোৱে বহুত স্মৃতি কঢ়িয়াই আনে 🥰Good Evening everyone ❤️ভাল লাগিলে 1ta...
12/08/2026

প্ৰকৃতিৰ মাজত মনটো বৰ শান্ত লাগে 🌳🍃
গাঁৱৰ এই সৰু বাটটোৱে বহুত স্মৃতি কঢ়িয়াই আনে 🥰
Good Evening everyone ❤️

ভাল লাগিলে 1ta ⭐ দি মৰম দিব 🙏

মোৰ সৰু মৰমটোৰ হাঁহিটোৱেই মোৰ পৃথিৱীখন পোহৰাই তোলে ✨❤️এনেকুৱা নিষ্পাপ হাঁহি দেখিলে গোটেই দুখ পাহৰি যাওঁ 🥹🙏
12/08/2026

মোৰ সৰু মৰমটোৰ হাঁহিটোৱেই মোৰ পৃথিৱীখন পোহৰাই তোলে ✨❤️
এনেকুৱা নিষ্পাপ হাঁহি দেখিলে গোটেই দুখ পাহৰি যাওঁ 🥹🙏


Good Afternoon Everyone ☀️💙 দুপৰীয়াৰ মৰম ভৰা শুভেচ্ছা জনালোঁ 🥰🙏নিজৰ মাজতে সুখী 😊কাৰো কথাৰ প্ৰয়োজন নাই 💅💙
12/08/2026

Good Afternoon Everyone ☀️💙
দুপৰীয়াৰ মৰম ভৰা শুভেচ্ছা জনালোঁ 🥰🙏
নিজৰ মাজতে সুখী 😊
কাৰো কথাৰ প্ৰয়োজন নাই 💅💙

Good morning  বন্ধুত্ব মানে হাঁহিৰে ভৰা এক ধুনীয়া পৃথিৱী নীলা সপোনৰ মাজত মই 💙🌿সাধাৰণ হৈয়ো অসাধাৰণ হ'বলৈ চেষ্টা 🥀      ...
12/08/2026

Good morning

বন্ধুত্ব মানে হাঁহিৰে ভৰা এক ধুনীয়া পৃথিৱী
নীলা সপোনৰ মাজত মই 💙🌿
সাধাৰণ হৈয়ো অসাধাৰণ হ'বলৈ চেষ্টা 🥀

হাতত ফুল আছে বাবেই জীৱনটো ইমান ধুনীয়া নহয়, মনত ফুল ফুলিব জানিলেহে ধুনীয়া 🌺গোলাপী আবেলিৰ শুভ সন্ধিয়া 💖 ফুলৰ দৰে কোমল ...
11/08/2026

হাতত ফুল আছে বাবেই জীৱনটো ইমান ধুনীয়া নহয়, মনত ফুল ফুলিব জানিলেহে ধুনীয়া 🌺
গোলাপী আবেলিৰ শুভ সন্ধিয়া 💖
ফুলৰ দৰে কোমল হওক আপোনাৰ সন্ধিয়াটো
মোৰ হাতৰ ফুলপাহৰ দৰেই ৰঙীন হওক আপোনাৰ সপোনবোৰ ✨

Good Evening Everyone 🌷
জবা ফুলৰ দৰে সদায় ফুলি থাকা
evening

কথা বহুত আছে, শুনিবলৈ কোনো নাই। নদীখনেহে মনে মনে শুনি আছে
11/08/2026

কথা বহুত আছে, শুনিবলৈ কোনো নাই।
নদীখনেহে মনে মনে শুনি আছে

Address

Amingau
Guwahati
781031

Website

Alerts

Be the first to know and let us send you an email when Prity Rupa das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share