Arohan 24X7

Arohan 24X7 Whether it's the most recent news, an interesting podcast, or live entertainment, we provide voices, stories, and moments that count.

Programs that keep you informed and entertained, innovative productions, and new information.

দ্বিতীয় দিনা সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা।Arohan 24X7
03/09/2026

দ্বিতীয় দিনা সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা।

Arohan 24X7

03/09/2026

🔹 ফাষ্টট্ৰেক আদালতত জুবিন ঘটনাৰ গোচৰ প্ৰক্ৰিয়াৰ সাক্ষ্যদাৰ বাবে উপস্থিত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা।

03/09/2026

🔹২সতীৰ্থক *লীওৱা আৰক্ষী জোৱান চিৰঞ্জীৱ চৌধুৰীক গ্ৰেপ্তাৰ। বকো আৰক্ষীয়ে গামেৰীমূৰা আৰক্ষী পহৰা চকীৰ পৰা গ্ৰেপ্তাৰ কৰে জোৱানজনক।

03/09/2026

🔹 অভিৰুচি ক্ৰীড়া দিৱস। ৰাজ্যজুৰি পালন অৰ্জুন বটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যত পালন অভিৰুচি ক্ৰীড়া দিৱস। ভাস্কৰ্য্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে সংগ্ৰহ কৰে খেলুৱৈ গৰাকীৰ পদ চিহ্ন।

আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিব সন্দীপন-অমৃতপ্ৰভাৰ জামিন আৱেদনৰ শুনানি।Arohan 24X7
03/09/2026

আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিব সন্দীপন-অমৃতপ্ৰভাৰ জামিন আৱেদনৰ শুনানি।

Arohan 24X7

02/09/2026

🔹 E20 পে'ট্ৰলৰ বিৰোধীতাৰে ৰাজ্যপালক সাক্ষাৎ ডা: ভৱেন চৌধুৰী, ড° জোনমনি খাউণ্ড, জয়ন্ত শইকীয়াই।

02/09/2026

🔹 হাতত কোৰ লৈ পাঠশালাত পথ মেৰামতিত নামিল বিধায়ক ধৰ্মেশ্বৰ ৰয়। বজালী বিজেপি কাৰ্যালয়ৰ সমুখৰ পাঠশালা ভুটান সংযোগী ১২৭নং আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো এক দু*ৰ্ঘ*ট*না*ৰ সাম্ভাৱনাময় পথত পৰিণত হৈছিল।

02/09/2026

🔹 অখিল গগৈ কংগ্ৰেছৰ মিত্ৰতাৰ পৰা ওলাই যাওক। কংগ্ৰেছক যদি অখিল গগৈয়ে গেলা পাৰ্টী বুলি ভাবে, তেন্তে মিত্ৰতাৰ প্ৰয়োজন নাই। অখিল গগৈহে মুখ্যমন্ত্ৰীৰ পকেটত আছে, আমি নাই'-অখিল গগৈয়ে কংগ্ৰেছক কৰা তীব্ৰ সমালোচনাৰ প্ৰতিক্ৰিয়া ৱাজেদ আলী চৌধুৰীৰ।

02/09/2026

🔹 'কিঃমিঃ হিচাপত পোৱা ভাড়াৰে AC চাৰিচকীয়া বাহন নচলে'
🔹 '১২-১৪ ঘন্টা কাম কৰি নিজৰ খৰচ উলিয়াব নোৱাৰিলে কি মূল্য থাকিল?'
🔹 'প্ৰতি কিঃমিঃত ভাড়া বৃদ্ধিৰ দাবী'

‘ৰাজ্যখন আগবাঢ়ি যাবলৈ ৰাইজে টোল দিবই লাগিব’-মুখ্য়মন্ত্ৰীArohan 24X7 Himanta Biswa Sarma
02/09/2026

‘ৰাজ্যখন আগবাঢ়ি যাবলৈ ৰাইজে টোল দিবই লাগিব’-মুখ্য়মন্ত্ৰী

Arohan 24X7 Himanta Biswa Sarma

Address

Assam Trunk Road
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Arohan 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share