Voice 365

Voice 365 Your Trusted News Team
Bringing you fast, accurate and unbiased news from across the region. Stay informed. Stay updated.
(1)

06/09/2026

''বড়োভূমিৰ যুৱ প্ৰজন্মক আগুৱাই নিবলৈ BPFয়ে বিভিন্ন পদক্ষেপ লৈছে"

- BTCৰ EM প্ৰকাশ বসুমতাৰী

06/09/2026

ড: হীৰেন গোহাঁইৰ সৈতে একমত নহয় অখিল গগৈ

ড: হীৰেন গোহাঁইৰ ফেচবুক পোষ্ট সন্দৰ্ভত এইবাৰ মুখ খুলিছে অখিল গগৈয়ে

06/09/2026

"ৰকিবুল হুছেইনৰ নাম শুনিলে মানুহে বেয়া পায়, ৱাজেদ আলী চৌধুৰীৰ নাম শুনিলে ঘৃণা কৰে"

"ৰিপুন বৰাৰ নাম শুনিলে ৰিজেক্টেত মাল বুলি কয়"

"বিজেপিক আঁতৰাবলৈ কংগ্ৰেছৰ ৰিজেক্টেত মালকেইটাকো আঁতৰাব লাগিব"

অখিল গগৈৰ কটাক্ষ

06/09/2026

নিজৰ সমষ্টিৰ বিষয়াৰ ওপৰত খং কংগনা ৰাণাৱটৰ

মঙলবাৰে বিজেপিত যোগদান কৰিব দেৱাশীষ শৰ্মাই
06/09/2026

মঙলবাৰে বিজেপিত যোগদান কৰিব দেৱাশীষ শৰ্মাই

06/09/2026

"কাৰ নিৰ্দেশত লাফিকুল ইছলাম আহমেদক হ*ত্যা কৰা হৈছিল?"

"ইমানদিনে CBI আৰু অসম চৰকাৰে লাফিকুল ইছলামৰ হ*ত্যাকাৰীক লুকুৱাই ৰাখিছিল নেকি?"

"লাফিকুল ইছলামৰ হ*ত্যাকাণ্ড এক ৰাজনৈতিক হ*ত্যাকাণ্ড"

ৰঙিয়াত ABMSUৰ উত্তাল প্ৰতিবাদ

06/09/2026

"জুবিন ক্ষেত্ৰত ১০ হাজাৰ মুছলমানে নামাজ পঢ়িব বুলি কোনে কৈছিল?"

"একাংশ সংবাদ মাধ্যমে নকয় কিয়?"

প্ৰশ্ন সংখ্যালঘু নেতা বাবুল আলী হাজৰিকাৰ

06/09/2026

সকলো ক্ষেত্ৰতে বিশ্বাসযোগ্যতা হ্ৰাস পাইছে, কিন্তু সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা অতি বেয়াকৈ হ্ৰাস পাইছে।”

“মই সংবাদ মাধ্যমক গণতন্ত্ৰ শক্তিশালী কৰাৰ লগতে সামাজিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছোঁ।”

“এই কথাবোৰে ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলাত সহায় কৰিব।”

_নীতিন গাডকাৰীৰ

06/09/2026

অসমীয়াৰ হোটেলত প্ৰৱেশ কৰি অনা-অসমীয়াৰ গুণ্ডাগিৰি

ডিব্ৰুগড়ৰ হোটেল লেংডনত প্ৰৱেশ কৰি 'কোন অসমীয়া' বুলি প্ৰশ্ন এইজন সুৰাসক্ত ব্যক্তিৰ

06/09/2026

মঞ্চত সাংসদৰ ভাষণ, টোপনিত লালকাল জিলা উন্নয়ন আয়ুক্ত

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শিক্ষক দিৱসৰ দৃশ্য এয়া

Address

Hatigaon Road, Lakhimi Nagar
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Voice 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share