Assam True Line

Assam True Line “নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য”

"মাত্ৰ ত্ৰিশ–চল্লিশটা শব্দত যিকোনো বাতৰি পঢ়ক।”

14/03/2026
12/03/2026

12/03/2026

অৰুণোদয় ৩.০ আঁচনিৰ অধীনত ৯ হাজাৰকৈ টকাৰ আৰ্থিক সহায় লাভ কৰি ৰাজ্যখনৰ বহু আই-মাতৃয়ে পুনৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাকেই আগবঢ়াই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

এই আঁচনিয়ে দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক উল্লেখযোগ্য সহায় আগবঢ়াইছে। আই-মাতৃসকলে কয় যে এই সহায়ৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন জীৱনত যথেষ্ট সকাহ আহিছে। সেইকাৰণে বহু উপভোক্তাই পুনৰবাৰ তেখেতৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়ন অব্যাহত থাকক বুলি আশা প্ৰকাশ কৰিছে।






11/03/2026

08/03/2026



Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam True Line posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share