30/05/2026
দিনটো বিৰামহীন শ্ৰম। নিশা গৃহত গৈ জিৰাবলৈ নাই এখন ধাৰী - পাতি। উৎকট গৰমত মজিয়া খনেই এই সকল শ্ৰমিকৰ বাবে শেষ আশ্ৰয় । ভাবিব কোনে!!! Wat NE ফালৰ পৰা এখন বিচনা, এখন আৰামদায়ক তুলি আগবহাই কিঞ্চিত সঁহাৰি।