24/09/2026
প্ৰতি টোপাল তেজত সংগীতকে ধাৰণ কৰি আহিছো শৈশৱৰে পৰাই ... তেতিয়াৰ পৰা আজিলৈ মন আৰু মগজুৰে প্ৰবাহিত হৈ আহিছে কিমান গীত ll মই গোৱা গীতবোৰ উপভোগ কৰি বহুতে যেতিয়া মোৰ Music sense আৰু Selection ভাল বুলি প্ৰশংসাৰে ওপোচায়, তেতিয়া আত্মবিশ্বাসে চুই যায়হি ll মইনো কি ক ৰিব পাৰো, মাথোঁ ভগৱানক সাৰথি কৰি আগুৱাই গৈ থাকিব খোজো আপোনাসৱৰ একান্ত আশীৰ্বাদত ll JANWAR ছবিখনৰ এটি HIT song Anguri Badan cover song আপোনালোক লৈ বুলি.. First tym cover song experience.,🎧💙