Pratham Khabar 24x7

Pratham Khabar 24x7 Pratham Khabar 24x7 is a satellite news channel in Assamese language from Assam
(4)

17/09/2025

▶ এটি সুন্দৰ ভক্তিগীতেৰে আৰম্ভ কৰক আপোনাৰ পুৱাটি...

16/09/2025

-নিশাৰ এন্ধাৰত ম'বাইলৰ টৰ্চলাইটেৰে চলিছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ
-ম'বাইলৰ টৰ্চলাইট জ্বলাই ভোটাৰ তালিকা পুনৰীক্ষণ BLOৰ
-ডবকাৰ পশ্চিম জাৰুণীত এনেদৰে চলিছে SIR ৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম

16/09/2025

BTR ৰ আৰক্ষী প্ৰশাসনলৈ সকীয়নি বিধায়ক দুৰ্গা দাস বড়োৰ

16/09/2025

🟥 আৰক্ষীৰ জালত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কনিষ্ঠ পুত্ৰ
🟥 বোকাখাত আৰক্ষীয়ে আটক কৰে মানস দেউৰীক
🟥 বোকাখাতৰ এখন হোটেলৰ পৰা আটক মানস দেউৰীক
🟥 অজ্ঞাত কাৰণত থানালৈ আনিছিল দেউৰীক

🟥 জেষ্ঠ অধিবক্তা, নগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰদ্যুৎ কুমাৰ বৰাৰ দেহাৱসান...
16/09/2025

🟥 জেষ্ঠ অধিবক্তা, নগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰদ্যুৎ কুমাৰ বৰাৰ দেহাৱসান...

🟥 ৰঙিয়াৰ ডিমুত ভয়ংকৰ পথ দুৰ্ঘটনা🟥 বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ
16/09/2025

🟥 ৰঙিয়াৰ ডিমুত ভয়ংকৰ পথ দুৰ্ঘটনা
🟥 বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ

16/09/2025

16/09/2025

🟥 অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰা আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্রব্ৰজন, সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন আছুৰ নেতা-কৰ্মীৰ।

16/09/2025

🟥 উকলি গ’ল মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়া বহু চৰ্চিত ১০ ছেপ্টেম্বৰৰ ডেডলাইন। SITএ ৰাজ্য চৰকাৰক দাখিল কৰিলে প্ৰতিবেদন। তাৰ মাজতে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সৰৱ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক ওভতি ধৰি বিৰোধী দলপতিৰ প্ৰত্যাহ্বান। প্ৰধানমন্ত্ৰীয়ে যদি পাৰে গৌৰৱ গগৈয়ে কিয় নোৱাৰে?

16/09/2025

🟥 জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে অব্যাহত মৰাণ জনগোষ্ঠীৰ প্ৰতিবাদ। মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনজাতিৰ ৰাইজে আৰম্ভ কৰা আন্দোলন তীব্ৰতৰ হৈ গৈ আছে। সোমবাৰৰ পৰা আৰম্ভ কৰা অৰ্থনৈতিক অবৰোধ আজিও অব্যাহত আছে। কাঠ, কয়লা, চাহ, তেল ৰপ্তানি কৰা শ শ গধুৰ বাহন তিনিচুকীয়াৰ পথত বন্দী হৈ থকাৰ লগতে ৰে’ল অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে।

16/09/2025

🟥 'UPPL আৰু কংগ্ৰেছৰ ধাণ্ডা হ'ল আমাৰ দলটোক নষ্ট কৰাৰ, ইহঁতৰ মতে বিজেপি জিকিব লাগে' : হাগ্ৰামা মহিলাৰী

Address

3rd Floor, Exotica Arcade, ABC, G. S. Road
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Pratham Khabar 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratham Khabar 24x7:

Share