Uttor Pub Axom

Uttor Pub Axom আমি ৰাইজৰ পক্ষত

21/08/2026

➡️ এজাক বৰষুণৰ পিছতে গুৱাহাটী কৃত্ৰিম বানপানী ।

21/08/2026

➡️ অট চালকৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৫ কোটি টকা ।

21/08/2026

➡️ চকু সেমেকি উঠিব আপোনাৰো ।

➡️ মৰমৰ হাৰমনিয়ামখনৰ কাষত থিয় হৈ এনেদৰে গীত গাই চকুলো টুকিলে কনমানিয়ে ।

21/08/2026

➡️ আনুষ্ঠানিকভাৱে আৰম্ভ হেঙুল থিয়েটাৰৰ নতুন নাট্যবৰ্ষ ।

➡️ এইবাৰৰ আকৰ্ষণ " ঈশ্বৰ পুত্ৰ " ।

21/08/2026

➡️ গোৱালপাৰাত আৰক্ষীৰ বৃহৎ সফলতা ।

➡️ জাল নোটসহ তিনি সৰবৰাহকাৰী আটক ।

21/08/2026

➡️ দ্বিতীয় দিনাও যোৰাবাটত তীব্ৰ উত্তেজনা ।

➡️ দুয়োখন ৰাজ্যৰ বাহন চলাচল সম্পূর্ণ বন্ধ আৱদ্ধ শ শ পৰ্যটক ।

20/08/2026

➡️ মেঘালয়ৰ ঘটনাক লৈ উদ্বিগ্ন সদৌ অসম দিবা-নৈশ বাছ চালক সন্থাৰ মুখ্য উপদেষ্টা ৰূপম দত্তৰ বিস্ফোৰক প্ৰতিক্ৰিয়া ।

20/08/2026

➡️ মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে কৰ্মচাৰীয়ে ।

➡️ চৰাইদেউত বানৰ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন নোহোৱাৰ গুৰুতৰ অভিযোগ ।

20/08/2026

➡️ খানাপাৰাত অসমৰ চালকৰ তীব্ৰ প্ৰতিবাদ ।

➡️ শ্বিলঙত খাচি ছাত্ৰ সন্থা (KSU)ৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিল চালক সমাজ ।

20/08/2026

➡️ নাৰেংগীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ ।

➡️ স্থানীয় ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত ৰক্ষা পৰিল বন্যপ্ৰাণীতি ।

Address

Gowahati
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Uttor Pub Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share