
24/09/2025
আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত ত্বৰান্বিত গতিৰে অসম আৰক্ষীয়ে তদন্তৰ কাম কৰিছে৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে খন্তেক সময় আগতে হোৱা বৈঠকত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি শ্ৰী এম পি গুপ্তাৰ নেতৃত্বত ইতিমধ্যে এখন বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে৷
Pursuant to my meeting with the top brass of Assam Police , an SIT headed by Shri M.P Gupta, IPS has been formed who will look into the circumstances leading to the unfortunate demise of Zubeen Garg