AXOM LADY

AXOM LADY Hi everyone my name is Bhanima.. If any query, please contact:- [email protected]
(2)

নিজকে সৰু কইনা বুলি ভাবি থাকোতে, সৰু সৰু ছোৱালী বোৰেই কইনা হল।।। উফ্ সেই সময়খিনি কি যে ধুনীয়া।। প্ৰথম প্ৰেমৰ অনুভৱবোৰ💕...
02/06/2026

নিজকে সৰু কইনা বুলি ভাবি থাকোতে, সৰু সৰু ছোৱালী বোৰেই কইনা হল।।। উফ্ সেই সময়খিনি কি যে ধুনীয়া।। প্ৰথম প্ৰেমৰ অনুভৱবোৰ💕💕

ছোৱালী জনী ডাঙৰ হল❤️
30/05/2026

ছোৱালী জনী ডাঙৰ হল❤️

28/05/2026

আমি দুয়ো বড়ো সকলৰ লোকেল drink খালোঁ😍

মনটো কিবা ইমানেই বেয়া, বুজাব নোৱাৰি আৰু।।।
28/05/2026

মনটো কিবা ইমানেই বেয়া, বুজাব নোৱাৰি আৰু।।।

তোমাৰ মাইনা❤️
28/05/2026

তোমাৰ মাইনা❤️

ৰঙা বৰণৰ গলত কলা হালধীয়া বেল্ট লগোৱা মইনা জনিক কোনোবাই দেখে যদি মোক contact কৰিব চোন।।। আমাৰ ওচৰৰে পাজৰে কৰোবাত আছে।।। ...
27/05/2026

ৰঙা বৰণৰ গলত কলা হালধীয়া বেল্ট লগোৱা মইনা জনিক কোনোবাই দেখে যদি মোক contact কৰিব চোন।।। আমাৰ ওচৰৰে পাজৰে কৰোবাত আছে।।। একদম সাধা প্ৰবৃত্তিৰ।। কাকো একো অপকাৰ নকৰে।।। Please জনাব কোনোবাই যদি গলৰ বেল্টৰ সৈতে দেখে।। দেখাত সৰু মাইকী পোৱালী।। এবাৰ পোৱালী হৈছে🙏🙏

27/05/2026

প্ৰথম বিয়া❤️

বায়েক ভনীয়েক😁
27/05/2026

বায়েক ভনীয়েক😁

26/05/2026

বিয়াৰ পিছত প্ৰথম বিয়া খালোঁ তাকো ভৃগুৰ প্ৰথম প্ৰেমিকৰ🤣

Address

Hajo
781102

Alerts

Be the first to know and let us send you an email when AXOM LADY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AXOM LADY:

Share