HAJO LIVE

HAJO LIVE হাজো লাইভ, প্ৰতিপল সত্যৰ পক্ষত
(3)

🔺 হাজো-শুৱালকুছি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজু পাটোৱাৰীয়ে
13/03/2026

🔺 হাজো-শুৱালকুছি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজু পাটোৱাৰীয়ে

🔺 উৎকন্ঠাৰ অন্ত! 🔺 হাজো-শুৱালকুছি সমষ্টিৰ পৰা মিত্ৰদলৰ প্ৰাৰ্থী হোৱাৰ দিশে প্ৰকাশ দাস
12/03/2026

🔺 উৎকন্ঠাৰ অন্ত!
🔺 হাজো-শুৱালকুছি সমষ্টিৰ পৰা মিত্ৰদলৰ প্ৰাৰ্থী হোৱাৰ দিশে প্ৰকাশ দাস

12/03/2026

# মিত্ৰদল অগপ নহয়, বিজেপিৰ সমৰ্থনত একাংশ জনতা
# হাজো-শুৱালকুছি সমষ্টিৰ চৰাঞ্চলৰ ৰাইজে বিচাৰে বিজেপিক
# স্থানীয় প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আহ্বান চৰ অঞ্চলৰ ৰাইজৰ

11/03/2026

🔺 হাজো সমষ্টিৰ উন্নয়নৰ আচল ছবিখন
🔺 এয়া হৈছে হাজো-গুৱাহাটী মূল পথ

10/03/2026

🔺 মুখ্যমন্ত্ৰীয়ে নিজৰ দলৰ বিসম্বাদ নিয়ন্ত্ৰণ কৰক। কংগ্ৰেছত সোমাই মূৰ গৰম কৰিব নালাগে : নন্দিতা দাস
🔺 অৰুণোদয় আঁচনিৰ ধন দিছে মানে নিৰ্বাচনৰ ললিপপ দিছে : নন্দিতা দাস

10/03/2026

🔺 অৰুণোদয়ৰ জৰিয়তে ৰাজ্যৰ ৪০ লাখ মহিলালৈ ৯ হাজাৰকৈ টকা
🔺 হাজোৰ ২নং গাওঁ পঞ্চায়তত উপস্থিত থাকে বিজেপি নেতা প্ৰকাশ দাস

10/03/2026

🔺৩০ নং হাজো-শুৱালকুছি বিধানসভা সমষ্টিত এঘৰী যুঁজিবলৈ সাজু এগৰাকী উদ্যমী যুৱক, খেলুৱৈ ৰাজু পাটোৱাৰী!
🔺 কি লৈ ৰাইজৰ মাজলৈ যাব ৰাজু পাটোৱাৰীয়ে...?
🔺 ৰাজু পাটোৱাৰীৰ পৰিকল্পনাই আকৃষ্ট কৰিব পাৰিব নে ভোটাৰ ৰাইজক...?
🔺 শক্তিশালী বিজেপি, কংগ্ৰেছৰ আঁচনি, প্ৰতিশ্ৰুতিৰ মাজত কি লৈ আগবাঢ়িছে ৰাজু পাটোৱাৰীয়ে...?

🔴 হাজোৰ খোপনীকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা🔴 দূৰ্ঘটনাত এজন নিহত আৰু এজন আহত
10/03/2026

🔴 হাজোৰ খোপনীকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা
🔴 দূৰ্ঘটনাত এজন নিহত আৰু এজন আহত

09/03/2026

🌧️ 🌧️ হাজোৰ ভিন্ন প্ৰান্তত ফাগুনৰ প্ৰথমজাক বৰষুণ

09/03/2026

🔺 কেতিয়াবা যদি বাইকত
🔺 কেতিয়াবা বাঁহৰ সাঁকোৰে খোজকাঢ়ি
🔺 হাজো-শুৱালকুছি সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা হাজো-শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ

08/03/2026

∆ দমদমাত এহাল‌ দম্পতীক লৈ উত্তেজনা
∆ দুই অচিনাক্ত পুৰুষ মহিলাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাকাৰ দমদমা চ'কত
∆ ৰাইজৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক দম্পতীহালক

08/03/2026

🔺 ৰামদিয়াৰ ভঠেলি খোলা‌ খেলপথাৰত ডাঙৰ পৰ্দাত ভাৰত-নিউজিলেণ্ডৰ ক্ৰিকেট বিশ্বকাপ উপভোগ ক্ৰীড়াপ্ৰেমীৰ
🔺 খেলৰ মাজতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
🔺 ফাকুৱাৰ দিনা নৈৰ বুকুত সলিল সমাধি ঘটা হাজোৰ তিনি যুৱকৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
🔺 শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেত্ৰী নন্দিতা দাসে

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when HAJO LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share